মুকলি আকাশৰ তললৈ সন্দীপন গাৰ্গ, কাৰাগাৰৰ পৰা ওলাই ক’লে—‘সত্যৰ সদায় জয় হ’ব’Sandipan Garg:
Sandipan Garg: মুকলি আকাশৰ তললৈ সন্দীপন গাৰ্গ, কাৰাগাৰৰ পৰা ওলাই ক’লে—‘সত্যৰ সদায় জয় হ’ব’ জুবিন গাৰ্গৰ মৃত্যু গোচৰত অভিযুক্ত সন্দীপন গাৰ্গ সোমবাৰে মুকলি আকাশৰ তললৈ আহে। বাক্সা জিলা কাৰাগাৰৰ পৰা কাৰামুক্ত হয় সন্দীপন গাৰ্গ। যোৱা ১৬ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰাৰ পিছতে ১৯ অক্টোবৰত কাৰাগাৰৰ পৰা ওলাই আহে অভিযুক্তগৰাকী। কাৰাগাৰৰ পৰা ওলাই…
