বিজেপিৰ চূড়ান্ত প্ৰাৰ্থী তালিকা :BJP
গোলকগঞ্জ – অশ্বিনী ৰয় সৰকাৰ
ধুবুৰী – উত্তম প্ৰসাদ
বীৰছিং জৰুৱা – মাধৱী দাস
গোৱালপাৰা পশ্চিম (এছটি) – পবিত্ৰ ৰাভা
দুধনৈ (এছটি) – টংকেশ্বৰ ৰাভা
অভয়াপুৰী – ভূপেন ৰয়
বিজনী – অৰূপ কুমাৰ দে
ভৱানীপুৰ-সৰভোগ – ৰণজিৎ কুমাৰ দাস
মন্দিয়া – বাদল চন্দ্ৰ আৰ্য
চমৰিয়া – জ্যোৎস্না কলিতা
বকো-ছয়গাঁও – ৰাজু মেচ
পলাশবাৰী – হিমাংশু শেখৰ বৈশ্য
ৰঙিয়া – ভৱেশ কলিতা
কমলপুৰ – দিগন্ত কলিতা
দিছপুৰ – প্ৰদ্যুৎ বৰদলৈ
নিউ গুৱাহাটী – দিপ্লু ৰঞ্জন শৰ্মা
গুৱাহাটী চেন্ট্ৰেল – বিজয় কুমাৰ গুপ্তা
জালুকবাৰী – হিমন্ত বিশ্ব শৰ্মা
বৰক্ষেত্ৰী – নাৰায়ণ ডেকা
নলবাৰী – জয়ন্ত মল্লবৰুৱা
টিহু – চন্দ্ৰমোহন পাটোৱাৰী
তামুলপুৰ (এছটি)- বিশ্বজিৎ দৈমাৰী
গোৰেশ্বৰ – ভিক্টৰ কুমাৰ দাস
টংলা – বিকন চন্দ্ৰ ডেকা
ছিপাঝাৰ – পৰমানন্দ ৰাজবংশী
মঙলদৈ – নীলিমা দেৱী
জাগীৰোড (এছচি) – পীযূষ হাজৰিকা
মৰিগাঁও – ৰমাকান্দ দেউৰী
ধিং – মুকুট কুমাৰ দেৱনাথ
চামগুৰি – অনিল শইকীয়া
বঢ়মপুৰ – জিতু গোস্বামী
নগাঁও-বটদ্ৰৱা – ৰূপক শৰ্মা
ৰহা (এছচি) – শশীকান্ত দাস
হোজাই – শিলাদিত্য দেৱ
লামডিং – শিবু মিশ্ৰা
ঢেকিয়াজুলি – অশোক সিংঘল
বৰচলা – ঋতুবৰণ শৰ্মা
ৰঙাপৰা – কৃষ্ণ কমল তাঁতী
নদুৱাৰ – পদ্ম হাজৰিকা
বিশ্বনাথ – পল্লৱ লোচন দাস
বিহালী (এছচি) – মুনীন্দ্ৰ দাস
গহপুৰ – উৎপল বৰা
বিহপুৰীয়া – ভূপেন কুমাৰ বৰা
ৰঙানদী – ঋষিৰাজ হাজৰিকা
লখিমপুৰ – মানৱ ডেকা
ঢকুৱাখনা (এছটি) – নৱ কুমাৰ দলে
ধেমাজি (এছটি) – ৰণোজ পেগু
জোনাই (এছটি) – ভূপন পেগু
শদিয়া – বলিন চেতিয়া
ডুমডুমা – ৰুপেশ গোৱালা
মাৰ্ঘেৰিটা – ভাস্কৰ শৰ্মা
ডিগবৈ – সুৰেন ফুকন
মাকুম – সঞ্জয় কিষাণ
তিনিচুকীয়া – পুলক গোহাঁই
চাবুৱা-লাহোৱাল – বিনোদ হাজৰিকা
ডিব্ৰুগড় – প্ৰশান্ত ফুকন
খোৱাং – চক্ৰধৰ গগৈ
দুলিয়াজান – ৰামেশ্বৰ তেলী
টিংখং – বিমল বৰা
নাহৰকটীয়া – তৰংগ গগৈ
সোণাৰি – ধৰ্মেশ্বৰ কোঁৱৰ
মাহমৰা – সুৰুয দিহিঙীয়া
ডিমৌ – সুশান্ত বৰগোহাঁই
নাজিৰা – ময়ূৰ বৰগোহাঁই
মাজুলী (এছটি) – ভূবন গাম
যোৰহাট – হিতেন্দ্ৰনাথ গোস্বামী
মৰিয়নী – ৰূপজ্যোতি কুৰ্মী
তিতাবৰ – ধীৰাজ গোৱালা
গোলাঘাট – অজন্তা নেওগ
দেৰগাঁও – মৃদুল কুমাৰ দত্ত
খুমটাই – মৃণাল শইকীয়া
সৰুপথাৰ – বিশ্বজিৎ ফুকন
বোকাজান (এছটি) – সূৰ্য ৰংফাৰ
হাওৰাঘাট (এছটি) – লুনছিং টেৰন
ডিফু (এছটি) নিছ’ তেৰাংপী
ৰংখাং (এছটি) – তুলিৰাম ৰংহাং
আমৰি (এছটি) – হাবে টেৰণ
হাফলং (এছটি) – ৰূপালী লাংথাছা
লক্ষীপুৰ – কৌশিক ৰায়
উদাৰবন্দ – ৰাজদীপ গোৱালা
বৰখলা – কিশোৰ নাথ
শিলচৰ – ৰাজদীপ ৰয়
ধলাই (এছচি) – অমিয় কান্তি দাস
হাইলাকান্দি – মিলন দাস
কৰিমগঞ্জ উত্তৰ – সুব্ৰত ভট্টাচাৰ্য
পাথাৰকান্দি – কৃষ্ণেন্দু পাল
ৰামকৃষ্ণ নগৰ (এছচি)- বিজয় মালাকাৰ
