ধুবুৰীত AIUDF দলে উল্লেখযোগ্যভাৱে শক্তি বৃদ্ধি ।AIUDF

ধুবুৰীত AIUDF দলে উল্লেখযোগ্যভাৱে শক্তি বৃদ্ধি ।AIUDF

গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত বঁটেৰহাট সনাখুলী পঞ্চায়তৰ পৰা প্ৰায় ১৫০ জন কংগ্ৰেছ কৰ্মীয়ে বিধায়ক নিজানুৰ ৰহমানৰ উপস্থিতিত আনুষ্ঠানিকভাৱে AIUDF দলে যোগদান কৰে। যোগদানকাৰী সকলে মন্তব্য কৰে— “বিধায়ক নিজানুৰ ৰহমানৰ দৰে বিধায়ক নাই, তেওঁ কামে কামে সন্তুষ্ট কৰিছে।”

ইপিনে, ধুবুৰী ফুলবাৰী দলঙৰ DPR সম্পূৰ্ণ হোৱাৰ সমান্তৰালকৈ প্ৰায় ৪০০০ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে।

বিগত ৭০ বছৰ কংগ্ৰেছৰ নেতৃত্বত থকা ধুবুৰী লোকসভাৰ জনগণৰ গণদাবী পুৰণ নকৰি কেৱল মুছলিম ভোট বেংক হিচাপে ব্যৱহাৰ কৰা ৰাইজৰ আশা শেহতীয়াকৈ AIUDF দলৰ মুৰব্বী তথা ধুবুৰী লোকসভা EX MP মৌলানা বদৰুদ্দিন আজমলৰ প্ৰচেষ্টাত এই বৃহৎ কামটো হ’ল । অথবা ধুবুৰীৰ ৰাইজে পাবলৈ সক্ষম হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top