বশিষ্ঠত কেন্দ্ৰীয় গৃহমন্ত্ৰী Amit Shah-ৰ উপস্থিতিত গুৰুত্বপূৰ্ণ বৈঠক

Amit Shah । গুৱাহাটী বশিষ্ঠস্থিত বাজপেয়ী ভৱনত অনুষ্ঠিত বিজেপিৰ ক’ৰ কমিটি বৈঠক ।

বৈঠকত অসমৰ সাম্প্ৰতিক পৰিস্থিতি আৰু সাংগঠনিক দিশৰ ওপৰত বিস্তৃত চৰ্চা হয়। লগতে অনাগত দিনত সংগঠনৰ কৰণীয় সন্দৰ্ভতো Amit Shah-এ মাৰ্গদৰ্শন দিয়ে।

এই বৈঠকত অসমৰ মুখ্যমন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী Sarbananda Sonowal , সাংগঠনিক সাধাৰণ সম্পাদক Ravindra Raju লগতে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ কৰ্ণধাৰ সমিতিৰ সকলো সদস্য উপস্থিত আছিল।

মুঠতে, Amit Shah-ৰ এই বৈঠকত অসম বিজেপিৰ সংগঠনিক শক্তি আৰু আগন্তুক দিশ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিলে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top