কাছাৰ মহাবিদ্যালয়ত ABVP কৰ্মীৰ আক্ৰমণ, সাংসদ গৈৰৱ গগৈৰ তীব্ৰ নিন্দা ।ABVP

কাছাৰ মহাবিদ্যালয়ত ABVP কৰ্মীৰ আক্ৰমণ, সাংসদ গৈৰৱ গগৈৰ তীব্ৰ নিন্দা ।ABVP

ABVP । কাছাৰ মহাবিদ্যালয়ত আক্ৰমণৰ ঘটনাক লৈ সাংসদ গৈৰৱ গগৈৰ তীব্ৰ প্ৰতিবাদ

কাছাৰ মহাবিদ্যালয়ত “ভোট চোৰ – চকী এৰক” অভিযানৰ নেতৃত্ব দি থকা অৱস্থাত প্ৰাক্তন NSUI সাধাৰণ সম্পাদক চন্দন মজুমদাৰৰ ওপৰত ABVP কৰ্মীয়ে কৰা হিংসাত্মক আক্ৰমণক সাংসদ গৈৰৱ গগৈয়ে কঠোৰ ভাষাৰে নিন্দা প্ৰকাশ কৰিছে।

সাংসদ গৈৰৱ গগৈ সামাজিক মাধ্যমত প্ৰকাশ কৰি কয়, “এই আক্ৰমণে পুনৰ এবাৰ ছাত্ৰসমাজৰ উদাক্ত কণ্ঠ আৰু গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি থকা বিজেপি দলৰ ভয় আৰু শংকা প্ৰমাণ কৰিলে।”

তেওঁ লগতে চন্দনৰ লগতে আন যিকোনো ব্যক্তিৰ সৈতে ঐক্য প্ৰকাশ কৰি কয়, “আমি দৃঢ়তাৰে একত্ৰিত হৈ আছো, যিসকলে এনে হিংসা আৰু ভয়-ভীতি দেখুওৱা অপশক্তিৰ বিৰুদ্ধে সদায়ে শিৰনত নকৰি দৃঢ়তাৰে যুঁজি আছে।”

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top