MIYA । যোৰহাটৰ এখন সম্ভ্ৰান্ত বিদ্যালয়ত অধ্যয়ন কৰি থকা ১৪ বছৰীয়া কিশোৰীগৰাকীক অপহৰণ কৰাৰ চেষ্টা কৰিছিল দুজনী বিয়া পতা মিঞাই। ঘটনাটো সংঘটিত হয় যোৱা ৫ ছেপ্তেম্বৰত, শিক্ষক দিৱসৰ দিনা।

সন্ধিয়া বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি অহা সময়তে, কিশোৰীগৰাকীক কৌশলেৰে নিজৰ সৈতে লৈ যায় মিঞাটোৱে। পৰিয়ালৰ অভিযোগৰ ভিত্তিত যোৰহাট আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি কিশোৰীগৰাকীক উদ্ধাৰ কৰে।

পৰৱৰ্তী অভিযানত আৰক্ষীয়ে নগাঁৱৰ পৰা অপহৰণকাৰী মিঞা যুবকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমান অভিযুক্তজনক আৰক্ষীয়ে কঠোৰ জেরা কৰি আছে আৰু আইনী ব্যৱস্থা আৰম্ভ কৰা হৈছে।
