টীয়কৰ জাঁজীমুখত গৰু চোৰ আটক । Cow Thief

টীয়কৰ জাঁজীমুখত গৰু চোৰ আটক । Cow Thief

Cow Thief । টীয়কৰ জাঁজীমুখত গৰু চোৰ আটক

টীয়কৰ জাঁজীমুখত আৰক্ষীয়ে গোপন সূচনাৰ আধাৰত অভিযান চলাই গৰু চুৰিত জড়িত চাৰিজন ব্যক্তিক আটক কৰে। আটক হোৱা লোকসকল হ’ল – ৰাজকুমাৰ বৰ্মণ, ৰমেশ যাদৱ, আখিলেশ যাদৱ আৰু আটাউৰ।

অভিযোগ অনুসৰি, এইসকলেই গোপনে গৰু চুৰি কৰি লৈ যোৱা সময়তে স্থানীয় ৰাইজ আৰু আৰক্ষীৰ যৌথ তৎপৰতাত হাতেনিহাতি ধৰা পৰে। ঘটনাস্থলৰ পৰা চোৰাং গৰু উদ্ধাৰ কৰাৰ লগতে চোৰসকলৰ ব্যৱহৃত বাহনো আৰক্ষীয়ে জব্দ কৰিছে।

আটক হোৱা চাৰিজনক বৰ্তমান আৰক্ষী তদন্ত চলাই আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top