অসম
ভাগৱতৰ মন্তৱ্যঃ ধৰ্মান্তকৰণ ব্যক্তিগত পছন্দ, কিন্তু লোভ-হেঁচা অগ্ৰহণযোগ্য । Mohan Bhagwat
Mohan Bhagwat । গুৱাহাটীস্থিত এক অনুষ্ঠানত ভাগৱতে ধৰ্মান্তকৰণ আৰু অবৈধ অনুপ্ৰৱেশকাৰীৰ বিষয়ত মুখ খোলে।
জাপানে উন্মোচন কৰিলে এটা‘মানৱ ধোৱাৰ মেচিন’যি কেৱল ১৫ মিনিটত মানুহকধুই শুকুৱাই দিয়ে । Japan Unveils a ‘Human Washing Machine’ That Cleans and Dries You in Just 15 Minutes
জাপানে উন্মোচন কৰিলে এটা‘মানৱ ধোৱাৰ মেচিন’যি কেৱল ১৫ মিনিটত মানুহকধুই শুকুৱাই দিয়ে । Japan Unveils a ‘Human Washing Machine’ That Cleans and Dries You in Just 15 Minutes
লক্ষীমপুৰত চন্দন হাজৰীকাৰ মৃত্যুক লৈ ৰহস্য ঘনীভূত।A shocking incident has taken place involving Chandan Hazarika
লক্ষীমপুৰত চন্দন হাজৰীকাৰ মৃত্যুক লৈ ৰহস্য ঘনীভূত।A shocking incident has taken place involving Chandan Hazarika
মৰাণত ভয়ংকৰ পথ দূৰ্ঘটনা : পিতা-পুত্ৰৰ মৃত্যু ।Father, Son Killed In Road Accident ।
Father, Son Killed In Road Accident । মৰাণত ভয়ংকৰ পথ দূৰ্ঘটনা : পিতা-পুত্ৰৰ মৃত্যু মৰাণত আজি এক শোকাৱহ পথ দূৰ্ঘটনা সংঘটিত হৈছে। খটখটিৰ চাৰিলেনযুক্ত পথত নিৰ্মীয়মাণ ৰানৱেত ব’লেৰ’ পিকআপ আৰু হুন্দাই এক্সটাৰ বাহনৰ মাজত ভয়ংকৰ মুখামুখি সংঘৰ্ষ ঘটে। এই ভয়ংকৰ সংঘৰ্ষত মৰাণ পথালিবামৰ বাসিন্দা খগেন বৰুৱা (৪৫) আৰু তেওঁৰ পুত্ৰ যুগল কিশোৰ বৰুৱা (১৩) থিতাতে…
‘ছৈয়দা হামিদে কৰা অসম বিৰোধী মন্তব্যক লৈএতিয়ালৈকে এষাৰো মন্তব্য কৰা নাই সাংসদঅজিত কুমাৰ ভূঞাৰ, এয়া অতিকৈ লজ্জাজনক’-কিশোৰ উপাধ্যায়, বিজেপিৰ মুখপাত্ৰ । Kishore Upadhyay
Kishore Upadhyay । অসমবাসীক হতভম্ব কৰি তোলা পদ্মশ্ৰী ছৈয়দা হামিদৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া জনালে বিজেপিৰ মুখপাত্ৰ কিশোৰ উপাধ্যায়ে। সংবাদমেলত উপাধ্যায়ে কয়— ‘‘নিজকে বুদ্ধিজীৱী বুলি কোৱা একাংশই আয়োজন কৰা সভাত এগৰাকী মহিলাই কৰা মন্তব্যই অসমবাসীক হতচকিত কৰিছে।’’ তেওঁ প্ৰশ্ন তোলে, ‘‘অসম বিৰোধী মন্তব্য কৰাৰ পিছতো অজিৎ কুমাৰ ভূঞাই এতিয়ালৈকে এষাৰো মন্তব্য কৰিলে নে? এই নীৰৱতা…
নাগৰিক সমাজক লৈ তীব্ৰ প্ৰতিক্ৰিয়া দিলীপ শইকীয়াৰ ।Dilip saikia
Dilip saikia । অসমীয়াৰ সুৰক্ষাৰ ক্ষেত্ৰত নাগৰিক সমাজে প্ৰয়োজনীয় গাম্ভীৰ্য নেদেখুৱাইছে বুলি মন্তব্য কৰিছে অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। পদ্মশ্ৰী চায়েদা হামিদৰ বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়াত তেওঁ স্পষ্টভাৱে কয়— ‘‘অসম বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়। বাংলাদেশীৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট সফল হ’বলৈ নিদিওঁ।’’ শইকীয়াই নাগৰিক সমাজৰ ভূমিকা প্ৰশ্নবিদ্ধ কৰি কয়, ‘‘নাগৰিক সমাজৰ কিছুমানৰ কথা অসমৰ স্বাৰ্থৰ বিপৰীতে। ১৯০৫ চনৰ…
জনপ্ৰিয় কণ্ঠশিল্পীদীপলিনা ডেকাই ২৫ আগষ্টতদিলে ভালখবৰ । ২৫ আগষ্ট দীপলিনাৰ বাবে কিয় বিশেষ? । Deeplina Deka
জনপ্ৰিয় কণ্ঠশিল্পীদীপলিনা ডেকাই ২৫ আগষ্টতদিলে ভালখবৰ । ২৫ আগষ্ট দীপলিনাৰ বাবে কিয় বিশেষ? । Deeplina Deka
প্ৰেমিকৰ প্ৰতাৰণা সহ্য কৰিব নোৱাৰিপ্ৰেমিকাই ল’লে চৰম সিদ্ধান্ত ।Love Story
প্ৰেমিকৰ প্ৰতাৰণা সহ্য কৰিব নোৱাৰি
প্ৰেমিকাই ল’লে চৰম সিদ্ধান্ত
মোবাইল ফোন চুইচ অফ কৰি পলাতক প্ৰেমিক
শ্ৰীকৃষ্ণৰ জন্মক লৈ অসংখ্য কাহিনী ।Sri Krishna
Sri Krishna । জন্মাষ্টমী ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন হিচাপে পালন কৰা হয়। হিন্দু পঞ্জিকা অনুসৰি প্ৰতি বছৰে ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত এই উৎসৱ পালন কৰা হয়। ধৰ্মগ্ৰন্থসমূহত শ্ৰীকৃষ্ণৰ জন্মক লৈ অসংখ্য কাহিনী উল্লেখ কৰা হৈছে। প্ৰতি বছৰে ভক্তসকলে অতি আড়ম্বর আৰু ভক্তি-শ্ৰদ্ধাৰেৰে জন্মাষ্টমী উদযাপন কৰে। ভাৰত, নেপাল, আমেৰিকা আদি দেশতো সমগ্ৰ বিশ্বতে শ্ৰীকৃষ্ণৰ জন্মদিন…
কাইলৈ ১৬টা বিৰোধী দলে সভা, উপস্থিত নাথাকিব অখিল গগৈ ।opposition party in Assam
opposition party in Assam । কাইলৈ অনুষ্ঠিত হ’বলগীয়া ১৬টা বিৰোধী দলৰ সভাত অখিল গগৈ উপস্থিত নাথাকিব। জাতীয় জাগৰণ যাত্ৰাত ব্যস্ত থকাৰ বাবে তেওঁ নিজে সভাত উপস্থিত নথকাটো স্পষ্ট কৰি কয়, “আমাৰ দলৰ কেইবাগৰাকী প্ৰতিনিধি থাকিব। কংগ্ৰেছো কাইলৈ সভাত নাথাকে যিহেতু কংগ্ৰেছক লোৱা হ’ব নে নহয় তাক লৈ কাইলৈ আলোচনা হ’ব। কোনোও যাতে মোৰ উপস্থিতি সন্দৰ্ভত…
দেশৰ আটাইতকৈ দৰিদ্ৰ মুখ্যমন্ত্ৰী কোন জানেনে ? কোনো আৱাসিক ঘৰ বা ভূ–সম্পত্তি নাই !Mamata Banerjee Is ‘Poorest’ Chief Minister
দেশৰ আটাইতকৈ দৰিদ্ৰ মুখ্যমন্ত্ৰী কোন জানেনে ? কোনো আৱাসিক ঘৰ বা ভূ–সম্পত্তি নাই !Mamata Banerjee Is ‘Poorest’ Chief Minister
ৰঙিয়াৰ তুলসীবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা
ৰঙিয়াৰ তুলসীবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা তামুলপুৰৰ পৰা ৰঙিয়া অভিমুখী স্কুটি আৰোহীৰ ৰৈ থকা ডাম্পাৰত তীব্ৰ খুন্দা । ডাম্পাৰ খনৰ নম্বৰ WB-85-1722আৰু স্কুটি খনৰ নম্বৰ AS 25 Y 5550 ।ডাম্পাৰৰ তলত সোমাই আছে স্কুটিসহ দুইআৰোহী । পৰিচয় উদ্ধাৰ হোৱা নাই স্কুটি আৰোহীৰ।ঘটনাস্হলীত তুলসীবাৰী আৰক্ষী উপস্হিত ।অঞ্চলটোত উত্তেজনা ।
যোৰহাটত বিধ্বংসী অগ্নিকাণ্ড, বিস্ফোৰিত গেছ চিলিণ্ডাৰে ছানি ধৰিলে অঞ্চল । Jhorhat
Jhorhat । নিশা যোৰহাটৰ **ৰয়েল ৰ’ড (ফৰ্মুদ আলি পথ)**ত এক ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। স্থানীয়সূত্ৰৰ মতে, তিনিটাকৈ গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলতেই জুইয়ে ছানি ধৰিছিল সমগ্ৰ অঞ্চল। প্ৰথমে গিয়াচুদ্দিন আহমেদ নামৰ ব্যক্তি গৰাকীৰ বাসগৃহত জুইৰ সূত্ৰপাত হয়। পাছত জুইৰ লেলিহান শিখাই অঞ্জলি দাস নামৰ মহিলা গৰাকীৰ ঘৰো সম্পূৰ্ণৰূপে আগুৰি ধৰে। জুইত জ্বলি চাৰখাৰ হৈছে লক্ষাধিক…
মহিলা উদ্যমিতা অভিযানৰ শুভাৰম্ভ – ১০ হাজাৰ টকাকৈ ধন প্ৰদান মহিলাসকলক । Scheme to provide Rs 10k each to 30 lakh women entrepreneurs
মহিলা উদ্যমিতা অভিযানৰ শুভাৰম্ভ – ১০ হাজাৰ টকাকৈ ধন প্ৰদান মহিলাসকলক । Scheme to provide Rs 10k each to 30 lakh women entrepreneurs
ধলাইত পৰকীয়া প্ৰেমৰ চাঞ্চল্যকৰ পৰিণতি : পত্নী আৰু প্ৰেমিকে মিলি স্বামীক বিহ খুৱাই হ*ত্যা* ।Love Affair
Love Affair । কাছাৰৰ ধলাইৰ খুলিচৰা ৰাজনগৰ গাঁওত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পত্নী আৰু প্ৰেমিক মিলি স্বামীক বিষ খুৱাই হ*ত্যা* কৰাৰ ঘটনা পোহৰলৈ আহি সমগ্ৰ অঞ্চলত ব্যাপক উত্তেজনা সৃষ্টি কৰিছে। খবৰ অনুসৰি, ধলাই ৰাজনগৰ গাঁৱৰ পঞ্চায়ত সভাপতি ইমৰান হুছেইনৰ মৃত্যু হয় যোৱা ১০ আগষ্টত। প্ৰথমতে পৰিয়ালসহ গাঁওবাসীয়ে এই মৃত্যু স্বাভাবিক বুলি ভাৱিছিল। কিন্তু মৃত্যুৰ…
গৰীয়া – মৰীয়া, দেশী – জলহা,চৈয়দৰ খিলঞ্জীয়া লোকৰউজনিলৈ আগমনত কোনো বাধা নাইমিঞাৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম চলি আছে আৰু চলি থাকিব । Miya Assam
গৰীয়া – মৰীয়া, দেশী – জলহা,চৈয়দৰ খিলঞ্জীয়া লোকৰউজনিলৈ আগমনত কোনো বাধা নাইমিঞাৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম চলি আছে আৰু চলি থাকিব । Miya Assam
আঁক -এ ক্ৰিয়েটিভ লাইনৰ উদ্যোগত তৃতীয় বাৰ্ষিক ভুল্লুং-বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ, ২৫-ৰ আয়োজন । Bhullung-Bhuthur International Theatre Festival(BBITF25)
আঁক -এ ক্ৰিয়েটিভ লাইনৰ উদ্যোগত তৃতীয় বাৰ্ষিক ভুল্লুং-বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ, ২৫-ৰ আয়োজন । Bhullung-Bhuthur International Theatre Festival(BBITF25)
ভ্ৰাম্যমাণ থিয়েটাৰলৈ উভতিব ‘বেহাৰবাৰী আউট পোষ্ট’ৰ কে কে খ্যাত অভিনেতা সিদ্ধাৰ্থ শৰ্মা । Siddhartha Sharma
ভ্ৰাম্যমাণ থিয়েটাৰলৈ উভতিব ‘বেহাৰবাৰী আউট পোষ্ট’ৰ কে কে খ্যাত অভিনেতা সিদ্ধাৰ্থ শৰ্মা । Siddhartha Sharma
বিজেপিৰ কৰ্মশালাত মুখ্যমন্ত্ৰীৰ কঠোৰ সকীয়নি । BJP
BJP । বিজেপিৰ কৰ্মশালাত মুখ্যমন্ত্ৰীৰ কঠোৰ সকীয়নি ভাৰতীয় জনতা পাৰ্টীৰ চলিত কৰ্মশালাত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শর্মাই নতুনকৈ নিযুক্তি পোৱা জিলা প্ৰভাৰী আৰু সহ-প্ৰভাৰীক কঠোৰভাৱে সকীয়নি দিয়ে। মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কয় যে— মুখ্যমন্ত্ৰীৰ এই বক্তব্যে দলীয় কৰ্মীৰ মাজত স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে যে, ব্যক্তিগত সম্পৰ্ক বা প্ৰভাৱৰ আধাৰত নহয়, দলৰ কাৰ্যকলাপত সক্ৰিয় অংশগ্ৰহণ আৰু জনমুখী কামৰ জৰিয়তেই টিকট…
প্ৰথম বিবাহৰ দুবছৰৰ পাছতে বিচ্ছেদ! মুখ্যমন্ত্ৰীৰ সৈতে গোপন প্ৰেম, এতিয়া ১২৪ কোটিৰ সম্পত্তিৰ মালিক অভিনেত্ৰী ৰাধিকা! radhika actress
প্ৰথম বিবাহৰ দুবছৰৰ পাছতে বিচ্ছেদ! মুখ্যমন্ত্ৰীৰ সৈতে গোপন প্ৰেম, এতিয়া ১২৪ কোটিৰ সম্পত্তিৰ মালিক অভিনেত্ৰী ৰাধিকা! radhika actress
গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন । ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিলে বিধান সভাৰ উপাধ্যক্ষ নোমল মোমিন । Numal Momin
গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন । ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিলে বিধান সভাৰ উপাধ্যক্ষ নোমল মোমিন । Numal Momin
ৰাজ্যত অসম-মিঞা ‘অসমীয়া’ পৰিষদৰ স্বাধীনতা দিৱস উদযাপন ! সংখ্যালঘু অধ্যুষিত অঞ্চলত দেশপ্ৰেমৰ জাগৰণ !Independence day
ৰাজ্যত অসম-মিঞা ‘অসমীয়া’ পৰিষদৰ স্বাধীনতা দিৱস উদযাপন ! সংখ্যালঘু অধ্যুষিত অঞ্চলত দেশপ্ৰেমৰ জাগৰণ !Independence day
স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰীৰ ভাষণঃ অপাৰেশ্যন সেন্দূৰ পৰা আত্মনিৰ্ভৰশীল ভাৰতলৈ বহুমুখী মন্তব্য । Prime Minister Narendra Modi
স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰীৰ ভাষণঃ অপাৰেশ্যন সেন্দূৰ পৰা আত্মনিৰ্ভৰশীল ভাৰতলৈ বহুমুখী মন্তব্য । Prime Minister Narendra Modi
সকলোতে প্ৰকাশমান ৰাজ্য চৰকাৰে দিয়া প্ৰতিশ্ৰুতিৰ সফলতা: খানাপাৰাত পতাকা উত্তোলন কৰি ক’লে মুখ্যমন্ত্ৰীয়ে । Assam Chief Minister Himanta Biswa Sarma participated in Independence Day celebration at Khanapara
সকলোতে প্ৰকাশমান ৰাজ্য চৰকাৰে দিয়া প্ৰতিশ্ৰুতিৰ সফলতা: খানাপাৰাত পতাকা উত্তোলন কৰি ক’লে মুখ্যমন্ত্ৰীয়ে । Assam Chief Minister Himanta Biswa Sarma participated in Independence Day celebration at Khanapara
অসমত আগ্নেয়াস্ত্ৰ অনুজ্ঞা পত্ৰ প্ৰদানৰ বিশেষ আঁচনি মুকলি — খিলঞ্জীয়া নাগৰিকৰ সুৰক্ষাৰ বাবে মুখ্যমন্ত্ৰীৰ পদক্ষেপ । Assam government to grant arms license
গুৱাহাটী, ১৪ আগষ্টঃAssam government to grant arms license । অসমৰ দুৰ্গম আৰু স্পৰ্শকাতৰ অঞ্চলত বসবাস কৰা খিলঞ্জীয়া নাগৰিকসকলৰ সুৰক্ষাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আগ্নেয়াস্ত্ৰ অনুজ্ঞা পত্ৰ প্ৰদানৰ বিশেষ আঁচনিৰ শুভাৰম্ভ কৰিছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি এই আঁচনি মুকলি কৰি কয়, এই ব্যৱস্থা ৰাজ্যবাসীৰ, বিশেষকৈ সীমান্ত আৰু সংবেদনশীল এলেকাৰ খিলঞ্জীয়া পৰিয়ালৰ সুৰক্ষা নিশ্চিত কৰাত সহায়ক হ’ব।…
iPhone । সৰ্বাধিক সুৰক্ষিত ম’বাইল ডিভাইচ: আইফোন হেক কৰিব পাৰেনে ? পাৰিলে আপেলৰ পৰা পাব কোটি টকা !
iPhone । সৰ্বাধিক সুৰক্ষিত ম’বাইল ডিভাইচ: আইফোন হেক কৰিব পাৰেনে? পাৰিলে আপেলৰ পৰা পাব কোটী টকা; নিয়ম আৰু যোগ্যতা চাওক সৰ্বাধিক সুৰক্ষিত ম’বাইল ডিভাইচ: এই বাউনটি বিভিন্ন শ্ৰেণীত বিভক্ত, য’ত প্ৰতিটো শ্ৰেণীৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ পুৰস্কাৰ ধাৰ্য কৰা হৈছে। অংশগ্ৰহণকাৰীয়ে পুৰস্কাৰ লাভ কৰিবলৈ আপেলৰ কঠোৰ পৰীক্ষা আৰু প্ৰকাশৰ নিয়ম মানিব লাগিব। আপেল সদায়ে নিজৰ ডিভাইচৰ…
মৰিগাঁওত স্বামী-স্ত্ৰীৰ একেলগে চৰম সিদ্ধান্ত, জিলাত শোকৰ ছাঁ । Morigaon
Morigaon । মৰিগাঁও জিলাৰ সিধাবাৰী গাঁৱত আজি সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। গাঁৱখনৰ বাসিন্দা স্বামী ৰাকবৰ বৰদলৈ (৭৫) আৰু পত্নী লীলেমাই বৰদলৈ একেলগে চিপ লৈ জীৱন সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত লৈ মৃত্যুবৰণ কৰে। ঘটনাস্থলীত মৰিগাঁও আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। বৰ্তমান এই দম্পতীয়ে কিয় এনে সিদ্ধান্ত গ্ৰহণ কৰিলে সেই সম্পৰ্কে স্পষ্ট তথ্য আহি হোৱা…
ক্ষেত্ৰীৰ চক্ষুৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, নিঃশেষ এটি পৰিয়াল । Khetri Accident
Khetri Accident । ক্ষেত্ৰীৰ চক্ষুৰা অঞ্চলত মঙলবাৰে নিশা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। এই ভয়ংকৰ ঘটনাত থিতাতে প্ৰাণ হারায় দম্পতী গজেন্দ্ৰ মোহন দেৱশৰ্মা (ৰহা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ) আৰু পত্নী অৰ্চনা দেৱী। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দম্পতীৰ কন্যা কুমলী দেৱী। স্থানীয় সূত্র মতে, তেওঁলোকৰ গাড়ী এটি বেগত অহা এখন বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।দুৰ্ঘটনাত পতিত…
শিৱসাগৰত ২০ টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ চিন্তন বৈঠক: ১১ দফীয়া কঠোৰ প্ৰস্তাৱ, ১৫ আগষ্টৰ ভিতৰত উজনি অসম এৰিবলৈ সকীয়নি ২০ জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ !Citizens’ Meet in Sivasaga
Citizens’ Meet in Sivasagar । শিৱসাগৰত ২০ টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ চিন্তন বৈঠক: ১১ দফীয়া কঠোৰ প্ৰস্তাৱ, ১৫ আগষ্টৰ ভিতৰত উজনি অসম এৰিবলৈ সকীয়নি ২০ জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ ! ঐতিহাসিক দৰবাৰ ফিল্ডত অনুষ্ঠিত এক গুৰুত্বপূর্ণ চিন্তন বৈঠকৰ অন্তত, ২০ টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে আজিৰে পৰা বিদেশী মুক্ত অসম গঢ়াৰ বাবে এক কঠোৰ…
বজালী জিলা পৰিষদ গঠনত নিমিলা অংক! মন্ত্ৰী ৰঞ্জিত দাসৰ সমষ্টিত জটিল ৰাজনৈতিক সমীকৰণ । Panchayats under Bajali District
বজালী জিলা পৰিষদ গঠনত নিমিলা অংক! মন্ত্ৰী ৰঞ্জিত দাসৰ সমষ্টিত জটিল ৰাজনৈতিক সমীকৰণ । Panchayats under Bajali District
শৃংখল চলিহাৰ বক্তব্যত অসন্তুষ্ট অখিল গগৈ, ৰণ্টু পানীফুকনলৈ কঠোৰ পত্ৰ । Akhil Gogoi
Akhil Gogoi । শৃংখল চলিহাৰ বক্তব্যত অসন্তুষ্ট অখিল গগৈ, ৰণ্টু পানীফুকনলৈ কঠোৰ পত্ৰ “সম্প্ৰীতি শেষ, যুদ্ধ হ’ব” — গণতান্ত্ৰিক নীতিৰ বিপৰীতে ভয়ংকৰ উচটনি! শিৱসাগৰত সাম্প্ৰতিক সময়ত শৃংখল চলিহাৰ নেতৃত্বত বীৰ লাচিত সেনাৰ ক্ৰিয়াকলাপৰ ওপৰত তীব্ৰ অসন্তোষ প্ৰকাশ কৰিছে কৃষক নেতা তথা বিধায়ক অখিল গগৈয়ে। শৃংখলৰ সাম্প্ৰদায়িক উস্কানিমূলক বক্তব্যসমূহৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰি বীৰ লাচিত…
কলকাতাত গ্ৰেপ্তাৰ বাংলাদেশী অভিনেত্ৰী !, ভুৱা নথি-পত্ৰ ব্যৱহাৰৰ অভিযোগ ।Shanta Paul
Shanta Paul । কলকাতাত চাঞ্চল্যকৰ ঘটনা! ভুৱা নথি-পত্ৰৰে ভাৰতত দীৰ্ঘদিন ধৰি বাস কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল বাংলাদেশী অভিনেত্ৰী তথা মডেল শান্তা পাল।
উজনিত মুছলমানক কৰা হাৰাশাস্তিৰ বিৰুদ্ধে সৰৱ নেমছুৰ সভাপতি বদৰুল ইছলাম । Badrul Islam,President of NEMSU
NEMSU । উজনিত মুছলমানক কৰা হাৰাশাস্তিৰ বিৰুদ্ধে সৰৱ নেমছুৰ সভাপতি বদৰুল ইছলাম উজনিত হাতত আইন উঠাই একাংশ ভাৰতীয় মুছলমানক অত্যাচাৰ কৰাৰ অভিযোগ। কোন আইনত লিখা আছে একেখন দেশৰ বিভিন্ন স্থানত থাকিব নোৱাৰে, ব্যৱসায় কৰিব নোৱাৰে, শ্ৰম কৰিব নোৱাৰে। উজনিত মুছলমানৰ ওপৰত কৰা আক্ৰমন, ভয়-ভাবুকি বন্ধ কৰাৰ বাবে চৰকাৰ আৰু আৰক্ষীয়ে আইনগত ব্যৱস্থা লওঁক। যদি বিদেশী…
জেলৰ ভিতৰত প্ৰথম নিশা কটালে অভিনেত্ৰী নন্দিনী কাশ্যপে । Assamese actress Nandini Kashyap arrested for hit-and-run accident
জেলৰ ভিতৰত প্ৰথম নিশা কটালে অভিনেত্ৰী নন্দিনী কাশ্যপে । Assamese actress Nandini Kashyap arrested for hit-and-run accident
নন্দিনী কাণ্ডত USTM স্বত্বাধিকাৰ মহবুবুল হকৰ নাম জড়িত, ৫ লাখ টকাৰ “ডিল”ৰ বিস্ফোৰক অভিযোগ! । USTM Chancellor Mahbubul Haque
USTM Chancellor Mahbubul Haque । নন্দিনী কাণ্ডত USTM স্বত্বাধিকাৰ মহবুবুল হকৰ নাম জড়িত, ৫ লাখ টকাৰ “ডিল”ৰ বিস্ফোৰক অভিযোগ! নন্দিনী কাশ্যপৰ বিৰুদ্ধে পথ দুৰ্ঘটনাত ছামিউল হকৰ মৃত্যুক লৈ চলি থকা বিতৰ্কৰ মাজতে এতিয়া নতুন এক গুৰুতৰ অভিযোগে চৰ্চাৰ কেন্দ্ৰস্থল লৈছে USTM (University of Science & Technology Meghalaya)-ৰ স্বত্বাধিকাৰ মহবুবুল হকক। ছামিউল হকৰ পৰিয়ালৰ লোকসকলে আজি…
নন্দিনী কাশ্যপৰ গাড়ী চালকৰ বিস্ফোৰক মন্তব্য: “দুৰ্ঘটনাৰ সময়ত গাড়ী নিজেই চলাইছিল নন্দিনীয়ে” । nandini kashyap
নন্দিনী কাশ্যপৰ গাড়ী চালকৰ বিস্ফোৰক মন্তব্য: “দুৰ্ঘটনাৰ সময়ত গাড়ী নিজেই চলাইছিল নন্দিনীয়ে” । nandini kashyap
নন্দিনী কাশ্যপক জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ: সংবাদমেলত জনালে যান-বাহন উপ-আৰক্ষী আয়ুক্তই । NANDINI KASHYAP CASE
নন্দিনী কাশ্যপক জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ: সংবাদমেলত জনালে যান-বাহন উপ-আৰক্ষী আয়ুক্তই । NANDINI KASHYAP CASE
নন্দিনী কাশ্যপক গ্ৰেপ্তাৰৰ পাছত মাতৃৰ প্ৰথম প্ৰতিক্ৰিয়া — ‘‘সহায়ৰ হাত আগবঢ়াইছিলোঁ, কিন্তু বাধা দিছিল কেইজনমান যুৱকে’’ । nandini kashyap
নন্দিনী কাশ্যপক গ্ৰেপ্তাৰৰ পাছত মাতৃৰ প্ৰথম প্ৰতিক্ৰিয়া — ‘‘সহায়ৰ হাত আগবঢ়াইছিলোঁ, কিন্তু বাধা দিছিল কেইজনমান যুৱকে’’ । nandini kashyap
নিশাটো পান বজাৰতে ৰখা হ’ব অভিনেত্ৰী নন্দিনী কাশ্যপক !Assam actor Nandini Kashyap
Assam actor Nandini Kashyap । নন্দিনী কাশ্যপক আটক কৰি লৈ অহা হ’ল পান বজাৰ মহিলা আৰক্ষী থানালৈ।অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ী খুন্দাত মৃত্যু হ’ল ছামিউলৰ!আতঙ্কজনক দুৰ্ঘটনাৰ পাছত অভিনেত্ৰীগৰাকীক আটক কৰি লৈ অহা হ’ল পান বজাৰ মহিলা থানালৈ অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত মৃত্যু ঘটিছে এগৰাকী যুৱকৰ। মৃত যুৱকজনৰ নাম ছামিউল হক, যি এগৰাকী পলিটেকনিকৰ মেধাৱী ছাত্ৰ…
অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনে মহটিয়াই নিয়া ছামিউল হকৰ মৃত্যু… । Actress Nandini Kashyap Interrogated in Hit-and-Run Case
অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনে মহটিয়াই নিয়া ছামিউল হকৰ মৃত্যু… । Actress Nandini Kashyap Interrogated in Hit-and-Run Case
গুৱাহাটীত নিৰুদ্দেশ ধুবুৰীৰ যুৱক l Missing Boy
Missing Boy | ধুবুৰী মতিৰচৰ পঞ্চায়তৰ অন্তৰ্গত বেডলো অঞ্চলৰ যুৱক জাহিদুল হক গুৱাহাটীৰ পৰা নিৰুদ্দেশ ।কান্দোন ভাগি পৰিছে পৰিয়ালৰ লোকে । জানিব পৰা মতে জাহিদুল হকে কৰ্মসূত্ৰে থাকে গুৱাহাটীৰ ছয়মাইলত । জানিবলৈ দিয়া মতে যোৱা ২৪ জুলাই তাৰিখে গুৱাহাটী ছয়মাইলৰ পৰা ধুবুৰী অভিমুখে আহোঁতে উক্ত দিনৰ ৰাতিপুৱা 10 বজাত পৰা জালুকবাৰীৰ পৰা জাহিদুল হকৰ লগত…
কংগ্ৰেছৰ সভাত লংকা কাণ্ড ! ASSAM Congress
Assam Congress| শ্ৰীভুমিৰ নিলামবজাৰত কংগ্ৰেছৰ সভাত লংকা কাণ্ড। নতুন কংগ্ৰেছী আৰু পুৰনি কংগ্ৰেছীৰ মাজত প্ৰবল মাৰপিত।”যুঁজ এখন হবই” এতিয়া এয়াই যেন পৰিস্থিতি কংগ্ৰেছত । কংগ্ৰেছৰ সভা মানেই যেন, মাৰপিতৰ সম্ভাৱনা প্ৰবল । শ্ৰীভুমিত বঙহৰ যুজঁত অবতীৰ্ণ হল কংগ্ৰেছী । নতুন আৰু পুৰনি কংগ্ৰেছী লিপ্ত হল প্ৰবল মাৰপিতত। পঞ্চায়ত নিৰ্বাচনৰ সময়চোৱাত টকাৰ বিনিময়ত টিকট লৈ কেবাটাও…
অখিল গগৈয়ে সকলোতে প্ৰাৰ্থী দিম বুলি ভাবুকি দিছে । Akil Gogoi
গুৱাহাটী, ২৮ জুলাই: Akil Gogoi । সদ্য দলীয় কাৰ্যসূচী সন্দৰ্ভত মন্তব্য দিয়া বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেবব্ৰত শইকীয়াই কয়, ‘‘কংগ্ৰেছে দলৰ পুৰণা ঘাটি আছে, সেইবোৰ পুনৰ সক্ৰিয় কৰাৰ প্ৰয়োজন আছে। বহু পুৰণি কংগ্ৰেছীৰ সৈতে সংগতি নথকাৰ বাবে তেওঁলোকে আক্ষেপ প্ৰকাশ কৰিছে। সেয়েহে দলটো শক্তিশালী কৰিবলৈ সকলোকে একেলগ কৰি আগবঢ়াৰ আহ্বান জনাইছিলো।’’ তেওঁৰ এই মন্তব্যক…
ৰাজ্যত চলি থকা উচ্ছেদৰ সমৰ্থনত শিৱসাগৰত ১৫ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সংবাদমেল
চৰকাৰৰ এই উচ্ছেদক সাহসী আৰু বলিষ্ঠ পদক্ষেপ হিচাপে অভিহীত**অসমৰ পৰা সকলো বিদেশী নাগৰিকক বহিষ্কাৰ কৰাৰ দাবী। উজনি অসমতো হ’ব লাগিব উচ্ছেদ*সাম্প্ৰতিক অসম চৰকাৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সন্দেহযুক্ত বিদেশী নাগৰিকে অবাধে দখল কৰি থকা বনাঞ্চল সমূহ উচ্ছেদ কৰি থকা বলিষ্ঠ অভিযানক ১৫ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ আদৰণি।শিৱসাগৰত এক সংবাদমেল সম্বোধন কৰি চৰকাৰৰ উচ্ছেদ অভিযানক পূৰ্ণ সমৰ্থন সদৌ টাই…
দুমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা ন বোৱাৰীৰ মৃতদেহ উদ্ধাৰ । Newly Married Woman
newly married woman । চাপৰৰ শ্ৰীগ্ৰাম ষষ্ঠ খণ্ডত নৱ বিবাহিত বোৱাৰীৰ ৰহস্যজনক মৃত্যু, আৰক্ষীৰ তদন্ত চলি আছে চাপৰৰ শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত শ্ৰীগ্ৰাম ষষ্ঠ খণ্ড গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দুমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা এগৰাকী নৱ বিবাহিত বোৱাৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত বোৱাৰীৰ নাম আফছানা আহমেদ বুলি…
সহকাৰী অভিযন্তা যোষিতা দাসৰ আত্মহত্যা: অন্তিম টোকাত উল্লেখ পোৱা দুজন অভিযন্তা আটক । PWD Engineer
PWD Engineer বঙাইগাঁৱৰ বৰপাৰাস্থিত নিজৰ ভাড়াঘৰত চিপ লৈ আত্মহত্যাৰ দৰে চূড়ান্ত সিদ্ধান্ত লৈছে লোক নিৰ্মাণ বিভাগ (গৃহ)ৰ সহকাৰী অভিযন্তা যোষিতা দাসে। গুৱাহাটীৰ বাসিন্দা যোষিতা প্ৰায় এবছৰ পূৰ্বে এই পদত যোগদান কৰিছিল।
অসমবাসীৰ আত্মসম্মানত আঘাত — ঐতিহ্যমণ্ডিত ৰংঘৰৰ ছবি ব্যৱহাৰ কৰি বিজ্ঞাপন কৰা সুৰা কোম্পানী অ’য়েচিছ গ্ৰোপ (Oasis Group) ৰ বিৰুদ্ধে আপ অসমৰ দিছপুৰ থানাত এজাহাৰ । Oasis Group
অসমবাসীৰ আত্মসম্মানত আঘাত — ঐতিহ্যমণ্ডিত ৰংঘৰৰ ছবি ব্যৱহাৰ কৰি বিজ্ঞাপন কৰা সুৰা কোম্পানী অ’য়েচিছ গ্ৰোপ (Oasis Group) ৰ বিৰুদ্ধে আপ অসমৰ দিছপুৰ থানাত এজাহাৰ । Oasis Group
অবৈধ বিদেশীৰ বিৰুদ্ধে ঐতিহাসিক শিৱসাগৰৰ পৰা শৃংখল চলিহাৰ হুংকাৰ, খিলঞ্জীয়াক ৰাজপথলৈ ওলাই অহাৰ আহ্বান । Srinkhal Chaliha
অবৈধ বিদেশীৰ বিৰুদ্ধে ঐতিহাসিক শিৱসাগৰৰ পৰা শৃংখল চলিহাৰ হুংকাৰ, খিলঞ্জীয়াক ৰাজপথলৈ ওলাই অহাৰ আহ্বান । Srinkhal Chaliha
বিপিএফত সদ্য যোগদান কৰা নেতা শহিদ আলিৰ অশ্লীল ফটো ভাইৰেল, অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়া । BPF (Bodoland People’s Front)
বিপিএফত সদ্য যোগদান কৰা নেতা শহিদ আলিৰ অশ্লীল ফটো ভাইৰেল, অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়া । BPF (Bodoland People’s Front)
‘Code Conquer Compete’ at Assam down town University draws 205 student Innovators and Gamers.
Assam down town University successfully hosted “Code Conquer Compete”, a one-day Hackathon Workshop and Gaming Competition held on 11th July 2025 at AdtU Campus. The high-energy event saw the enthusiastic participation of 205 students, who came together to showcase their talents in coding and competitive e-sports. The event was inaugurated with a warm welcome address…
শিলচৰত ভয়ংকৰ চিকিৎসা ভুল! মণিপুৰৰ ৰোগীৰ গুপ্তাংগ কাটি পেলোৱাৰ অভিযোগ ।R.E. Nursing Home
R.E. Nursing Home । শিলচৰত ভয়ংকৰ চিকিৎসা ভুল! মণিপুৰৰ ৰোগীৰ গুপ্তাংগ কাটি পেলোৱাৰ অভিযোগ ঘটনাটো শিলচৰ চহৰৰ ঘুঙঘুৰ অঞ্চলৰ এখন বেচৰকাৰি চিকিৎসালয় — R.E. Nursing Home-ত সংঘটিত হয়। ৰোগীজন — আতিকুৰ ৰহমান, মণিপুৰৰ জিৰিবাম জিলাৰ কাশিমপুর গাঁৱৰ বাসিন্দা। গুপ্তাংগত সংক্রমণ হোৱা কাৰণে তেওঁ চিকিৎসাৰ বাবে চিকিৎসালয়খনত ভৰ্তি হৈছিল। চিকিৎসাৰ নামত এক অতি ভয়ংকৰ ঘটনা সংঘটিত…
“পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে পংকজ পাঠকক ফোন কৰা বাতৰি ভুৱা”-দুলু আহমেদ । Pankaj Pathak । Dulu Ahmed
Pankaj Pathak । Dulu Ahmed । “পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে পংকজ পাঠকক ফোন কৰা বাতৰি ভুৱা”-দুলু আহমেদ । পংকজ পাঠকে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে তেখেতক ফোন কৰাবুলি কৰা মন্তব্য ইতিমধ্যে অসমৰ সংবাদ মাধ্যমত প্রকাশ পাইছে।
সৃজনগ্ৰাম সমষ্টিৰ বাশবাৰী – ছালাবিলা পঞ্চায়তৰ নৱ নিৰ্বাচিত পঞ্চায়ত সদস্যৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ । panchayat election 2025
panchayat election 2025 । নিৰ্বাচনী বিধি উলংঘা কৰি পঞ্চায়ত সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ অভিযোগ । বঙাইগাওঁ জিলাৰ সৃজনগ্ৰাম বিধান সভা সমষ্টিৰ অন্তৰ্গত বাশবাৰী-ছালাবিলা পঞ্চায়তৰ ৫ নম্বৰ ৱাৰ্ডৰ নৱ নিৰ্বাচিত সদস্য ৰফিকুল ইছলামৰ বিৰুদ্ধে নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ মতে পঞ্চায়ত সদস্য হিচাপে নিৰ্বাচিত হবলৈ ২০১৮ চনৰ পিছত দুজনৰ বেছি সন্তান থাকিব নোৱাৰিব।…
বগুৰিগুৰী গাওঁ পঞ্চায়তৰ নৱনিৰ্বাচিত সদস্যা মামনি ছুলতানাৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগ । fake documents
বগুৰিগুৰী গাওঁ পঞ্চায়তৰ নৱনিৰ্বাচিত সদস্যা মামনি ছুলতানাৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগ । fake documents
তৃতীয় সন্তানৰ ভুৱা জন্মৰ প্ৰমাণ পত্ৰৰে পঞ্চায়ত নিৰ্বাচনত জয়ী মহিদুল ইছলাম । panchayat election
panchayat election । মহিদুল ইছলামক গ্ৰেপ্তাৰ কৰক,ভুৱা নথি-পত্ৰৰে মেম্বাৰ হোৱা নচলিব ইত্যাদি শ্লোগানেৰে আলোপতি খাটিয়ামাৰী বজাৰত মহিদুল ইছলামৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ২৩ নং চেঙা সমষ্টিৰ ৮৭ নং আলোপতি মাজৰচৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩ নং ৱাৰ্ডৰ পৰা সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি ৱাৰ্ড সদস্য হিচাপে জয়ী হৈছে মহিদুল ইছলাম। পঞ্চায়ত গঠন নহওঁতেই তেওঁ…
“মাছা ফুটবল একাডেমী”ৰ শুভাৰম্ভ।football academy
football academy । মুকালমুৱাত “মাছা ফুটবল একাডেমী”ৰ শুভাৰম্ভ। উদ্বোধনী অনুষ্ঠানত উপস্থিত GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকা, ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন খেলুৱৈ হলিচৰণ নাৰ্জাৰী। মুকালমুৱাত আজি এখন ফুটবল একাডেমীৰ শুভাৰম্ভ হয়। মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত “মাছ ফুটবল একাডেমী” নামেৰে ফুটবল একাডেমীখনৰ শুভাৰম্ভ হয়। মুকালমুৱাৰ দেশভক্ত ময়দানত ফুটবল একাডেমীখনৰ উদ্বোধনী অনুষ্ঠান এটি অনুস্থিত কৰে। ফুটবল একাডেমীখনৰ শুভ…
‘মোৰ দেউতাই ২২ বছৰ ধৰি ‘দৈনিক অসম’ৰ দৰে এখন প্ৰতিষ্ঠিত কাকতৰ স্থানীয় সংবাদদাতা হিচাপে কাম কৰিছিল। সাংবাদিকতাৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধা সৰুৰে পৰাই..’ On journalism..
On journalism.. ‘মোৰ দেউতাই ২২ বছৰ ধৰি ‘দৈনিক অসম’ৰ দৰে এখন প্ৰতিষ্ঠিত কাকতৰ স্থানীয় সংবাদদাতা হিচাপে কাম কৰিছিল। সাংবাদিকতাৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধা সৰুৰে পৰাই..’ সংবাদমেলত সাংবাদিকক কৰা মন্তব্য সন্দৰ্ভত দুখ প্ৰকাশ কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। সামাজিক মাধ্যমযোগে দুখ প্ৰকাশ কৰিলে মন্ত্ৰীগৰাকীয়ে। সামাজিক মাধ্যমত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দিলে বিশেষ পোষ্ট . যি পোষ্টত জ্যেষ্ঠ…
ঢেকিয়াজুলিৰ চেন্ট উৰছুলা বিদ্যালয়ৰ দশম মান শ্ৰেণীত অধ্যয়নৰত পূজা বড়ো (১৪) নিৰুদ্দেশ । Student
Student । ঢেকিয়াজুলিৰ চেন্ট উৰছুলা বিদ্যালয়ৰ দশম মান শ্ৰেণীত অধ্যয়নৰত পূজা বড়ো (১৪) নামৰএগৰাকী কিশোৰী ১৯ জুন তাৰিখৰ পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বৃহত্তৰ অঞ্চলটোত। ঢেকিয়াজুলিৰ ওপৰ পানবাৰীস্থিত কিশোৰীগৰাকীৰ পিতৃ প্ৰতাপ চন্দ্ৰ বড়ো আৰু মাতৃ প্ৰণীতা বড়োৱে জীয়ৰী নিৰুদ্দেশ হোৱা সন্দৰ্ভত ২০ জুন তাৰিখে ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ প্ৰদান কৰিছিল যদিওআৰক্ষীয়ে…
মাতৃহাৰা হ’ল আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য । Samujjal Kumar Bhattacharya
বাঁহী গ’ল বীণা ভট্টাচার্যৰ জীৱনৰ সুৰ — অসমীয়াৰ জাতীয় মনোবোৰ কঁপালে ‘আত্মজন’ এজনীৰ বিয়োগ । Samujjal Kumar Bhattacharya গুৱাহাটী, ২৪ জুনঃঅসম আন্দোলনৰ সক্রিয় সৈনিক, সমাজ-সচেতন সৰবৰহী মহিলা আৰু আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মাতৃ বীণা ভট্টাচাৰ্য আৰু নাই। সোমবাৰে নিশা ১১ বাজি ১২ মিনিটত গুৱাহাটীৰ জটিয়াৰ শিৱশক্তি পথত থকা জীয়ৰীৰ ঘৰত ৯৫ বছৰ…
অম্বুবাচী মহাযোগত উখল-মাখল নীলাচল পৰ্বতদেশী-বিদেশী ভক্তৰ ঢৌত মুখৰিত কামাখ্যা ধাম । Ambubachi Mela 2025
অম্বুবাচী মহাযোগত উখল-মাখল নীলাচল পৰ্বতদেশী-বিদেশী ভক্তৰ ঢৌত মুখৰিত কামাখ্যা ধাম । Ambubachi Mela 2025
এইবাৰ বটদ্ৰৱাৰ পৰা নিৰুদ্দেশ হৈছে মাদ্ৰাছা ছাত্ৰ
এইবাৰ বটদ্ৰৱাৰ পৰা নিৰুদ্দেশ হৈছে মাদ্ৰাছা ছাত্ৰ।চিন্তিত পৰিয়ালৰ লোক তথা আত্মীয়।এইবাৰ বটদ্ৰৱা হাইডুবিৰ এগৰাকী মাদ্ৰাছা ছাত্ৰ নিৰুদ্দেশ হোৱা ঘটনাই চিন্তিত কৰি তুলিছে পিতৃ -মাতৃ তথা পৰিয়ালৰ লোকক। জানিব পৰা মতে বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত হাইডুবি গাঁৱৰ আমিৰ হামজাৰ পুত্ৰ হাছিব আহমেদ মৰিগাঁও জিলাৰ ভূৰাগাওঁ স্থিত জামিয়া কাছিমীয়া বটালিমাৰী নামৰ এখন মাদ্ৰাছাত বিগত তিনি বছৰে অধ্যায়ন…
কামৰূপত দুৰ্নীতিৰ দৰ্পণ দৈনিক বাতৰি কাকতৰ শাখা কার্যালয় উদ্বোধন | Duorniti Dorpan
Dorniti Dorpan |কামৰূপত দুৰ্নীতিৰ দৰ্পণ দৈনিক বাতৰি কাকতৰ শাখা কার্যালয় উদ্বোধন সংবাদ জগতত আৰু এখোজ আগুৱাই আহিল দুৰ্নীতিৰ দৰ্পণ দৈনিক বাতৰি কাকত। যোৱা ১২ বছৰ ধৰি নিস্বাৰ্থ বাবে ৰাইজৰ বিভিন্ন সমস্যা উত্থাপন কৰি আহিছে । ৰাইজৰ মৰম, ভাল পোৱাই আৰু এখোজ আগুৱাই আনিলে কাকত খনক। আজি ইংৰাজী ২২ জুন ২০২৫ তাৰিখে কামৰূপ জিলাৰ বকোত কাকত…
অসুস্থ পত্নী-কন্যা, স্বয়ং GMCH ৰ বিচনাত চকুলো টুকিছে ‘নামঘৰীয়া’ খ্যাত জয়ন্ত ভাগৱতী — মুখ্যমন্ত্ৰীৰ সহানুভূতি ।jayanta bhagawati actor
অসুস্থ পত্নী-কন্যা, স্বয়ং GMCH ৰ বিচনাত চকুলো টুকিছে ‘নামঘৰীয়া’ খ্যাত জয়ন্ত ভাগৱতী — মুখ্যমন্ত্ৰীৰ সহানুভূতি ।jayanta bhagawati actor
“গৌৰৱ গগৈৰ সমালোচনাই ৰাষ্ট্ৰীয়তাবাদক শক্তিশালী কৰে”: দিলীপ শইকীয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া । Gaurav Gogoi VS Dilip Saikia
“গৌৰৱ গগৈৰ সমালোচনাই ৰাষ্ট্ৰীয়তাবাদক শক্তিশালী কৰে”: দিলীপ শইকীয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া । Gaurav Gogoi VS Dilip Saikia
গুৱাহাটীৰ ছয়মাইলত জনপ্ৰিয় ইউটিউবাৰ ৰাব্বানীৰ বিৰুদ্ধে ছুৰিকাঘাতৰ অভিযোগ, দুই ফল-মূল ব্যৱসায়ী আহত । Guwahati
Guwahati । আম ক্ৰয়ক কেন্দ্ৰ কৰি আৰম্ভ হোৱা বিবাদৰ অন্তত সংঘটিত হয় ভয়ংকৰ আক্ৰমণ গুৱাহাটী মহানগৰীৰ ছয়মাইল অঞ্চলত জনপ্ৰিয় ইউটিউবাৰ তথা অভিনেতা ৰাব্বানী স্বয়ামৰ বিৰুদ্ধে দুজন ফল-মূল ব্যৱসায়ীক ছুৰিকাঘাত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। পুৱা ব্যস্ত বাণিজ্যিক সময়ত সংঘটিত হোৱা এই ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰত্যক্ষদৰ্শী আৰু আৰক্ষীৰ তথ্য অনুসৰি, ঘটনাটো আৰম্ভ হয় আম…
স্বাধীনতা দিৱসত আই ই ডি স্থাপনঃ পৰেশ বৰুৱাসহ তিনিজনৰ বিৰুদ্ধে NIA ৰ চাৰ্জশ্বিট দাখিল
ডিজিটেল ডেস্কঃ ২০২৪ ৰ স্বাধীনতা দিৱসৰ দিনটোত বিভিন্ন স্থানত আই ই ডি বিস্ফোৰণ ঘটোৱাৰ ষড়যন্ত্ৰত লিপ্ত থকাৰ অভিযোগত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ এন আই এয়ে আলফা (স্বাধীন)ৰ মুৰব্বী পৰেশ বৰুৱাসহ ৩ জনৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰিছে। শনিবাৰে ৰাষ্ট্ৰী তদন্তকাৰী সংস্থাটোৱে এই তথ্য প্ৰকাশ কৰিছে। চাৰ্জশ্বিটত উল্লেখ কৰা মতে পৰেশ বৰুৱা যাক পৰেশ অসম, কামৰুজ জামান খান,…
- 1
- 2
