opposition party in Assam । কাইলৈ অনুষ্ঠিত হ’বলগীয়া ১৬টা বিৰোধী দলৰ সভাত অখিল গগৈ উপস্থিত নাথাকিব। জাতীয় জাগৰণ যাত্ৰাত ব্যস্ত থকাৰ বাবে তেওঁ নিজে সভাত উপস্থিত নথকাটো স্পষ্ট কৰি কয়, “আমাৰ দলৰ কেইবাগৰাকী প্ৰতিনিধি থাকিব। কংগ্ৰেছো কাইলৈ সভাত নাথাকে যিহেতু কংগ্ৰেছক লোৱা হ’ব নে নহয় তাক লৈ কাইলৈ আলোচনা হ’ব। কোনোও যাতে মোৰ উপস্থিতি সন্দৰ্ভত ভুলকৈ প্ৰচাৰ নকৰে, সেয়া জনাই দিছোঁ।”

কাইলৈ ১৬টা বিৰোধী দলে সভা, উপস্থিত নাথাকিব অখিল গগৈ ।opposition party in Assam

opposition party in Assam । কাইলৈ অনুষ্ঠিত হ’বলগীয়া ১৬টা বিৰোধী দলৰ সভাত অখিল গগৈ উপস্থিত নাথাকিব। জাতীয় জাগৰণ যাত্ৰাত ব্যস্ত থকাৰ বাবে তেওঁ নিজে সভাত উপস্থিত নথকাটো স্পষ্ট কৰি কয়, “আমাৰ দলৰ কেইবাগৰাকী প্ৰতিনিধি থাকিব। কংগ্ৰেছো কাইলৈ সভাত নাথাকে যিহেতু কংগ্ৰেছক লোৱা হ’ব নে নহয় তাক লৈ কাইলৈ আলোচনা হ’ব। কোনোও যাতে মোৰ উপস্থিতি সন্দৰ্ভত ভুলকৈ প্ৰচাৰ নকৰে, সেয়া জনাই দিছোঁ।”

ইপিনে জমিয়ত উলেমা-ই-হিন্দৰ নেতা মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰীক লৈ কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া জনাই অখিল গগৈ কয়, “অসমৰ মুখ্যমন্ত্ৰীক লৈ জমিয়তে কোনো মন্তব‍্য নকৰাই উত্তম। কিন্তু মুখ্যমন্ত্ৰীয়ে সৰু ল’ৰাৰ দৰে বুঢ়া আঙুলী দেখুওৱাটো ল’ৰামতীয়া হোৱা নাই নে?”

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top