ৰঙিয়াৰ তুলসীবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা তামুলপুৰৰ পৰা ৰঙিয়া অভিমুখী স্কুটি আৰোহীৰ ৰৈ থকা ডাম্পাৰত তীব্ৰ খুন্দা ।

ডাম্পাৰ খনৰ নম্বৰ WB-85-1722আৰু স্কুটি খনৰ নম্বৰ AS 25 Y 5550 ।ডাম্পাৰৰ তলত সোমাই আছে স্কুটিসহ দুইআৰোহী ।

পৰিচয় উদ্ধাৰ হোৱা নাই স্কুটি আৰোহীৰ।ঘটনাস্হলীত তুলসীবাৰী আৰক্ষী উপস্হিত ।অঞ্চলটোত উত্তেজনা ।
