সহকাৰী অভিযন্তা যোষিতা দাসৰ আত্মহত্যা: অন্তিম টোকাত উল্লেখ পোৱা দুজন অভিযন্তা আটক । PWD Engineer
PWD Engineer বঙাইগাঁৱৰ বৰপাৰাস্থিত নিজৰ ভাড়াঘৰত চিপ লৈ আত্মহত্যাৰ দৰে চূড়ান্ত সিদ্ধান্ত লৈছে লোক নিৰ্মাণ বিভাগ (গৃহ)ৰ সহকাৰী অভিযন্তা যোষিতা দাসে। গুৱাহাটীৰ বাসিন্দা যোষিতা প্ৰায় এবছৰ পূৰ্বে এই পদত যোগদান কৰিছিল।
