মৰাণত ভয়ংকৰ পথ দূৰ্ঘটনা : পিতা-পুত্ৰৰ মৃত্যু ।Father, Son Killed In Road Accident ।
Father, Son Killed In Road Accident । মৰাণত ভয়ংকৰ পথ দূৰ্ঘটনা : পিতা-পুত্ৰৰ মৃত্যু মৰাণত আজি এক শোকাৱহ পথ দূৰ্ঘটনা সংঘটিত হৈছে। খটখটিৰ চাৰিলেনযুক্ত পথত নিৰ্মীয়মাণ ৰানৱেত ব’লেৰ’ পিকআপ আৰু হুন্দাই এক্সটাৰ বাহনৰ মাজত ভয়ংকৰ মুখামুখি সংঘৰ্ষ ঘটে। এই ভয়ংকৰ সংঘৰ্ষত মৰাণ পথালিবামৰ বাসিন্দা খগেন বৰুৱা (৪৫) আৰু তেওঁৰ পুত্ৰ যুগল কিশোৰ বৰুৱা (১৩) থিতাতে…
