
**মন্ত্ৰী জয়ন্ত মল্লৰ পূত্তলিকা দাহ কৰে কংগ্ৰেছ দলে ৰঙিয়াৰ ৰাজপথত।**৫০ লাখৰ ৰাজসাহায্য বিতৰ্ক সন্দৰ্ভত সমগ্ৰ অসমতে প্ৰতিবাদ প্ৰদেশ কংগ্ৰেছ দলৰ ।
**অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশমৰ্মে আজি সমগ্ৰ অসমতে কংগ্ৰেছ দলে ব্যাপক প্ৰতিবাদ কৰে ।**মন্ত্ৰীপত্নীয়ে লাভ কৰা ৰাজসাহায্য সন্দৰ্ভত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে কংগ্ৰেছ দলে ।
**গৰু চোৰ হুচিয়াৰ ,জয়ন্ত মল্ল গৰু চোৰ ,বিজেপি চৰকাৰ হায় হায় আদি শ্লোগান দি ৰঙিয়াৰ ৰাজপথ কঁপাই তোলে ।
