
২৭ নং ৰাষ্ট্ৰীয় ঘাইপথতে বাগৰি পৰে মালবাহী কন্টেনাৰ।
কথমপি প্ৰাণ ৰক্ষা পৰিল গাড়ী চালকৰ।
উত্তৰ প্ৰদেশৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত চিৰাঙৰ কাজলগাঁৱৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে মালবাহী কন্টেনাৰ খন।
UP21RN2697 নম্বৰৰ টকণ্টেনাৰ খন বাগৰি পৰে।
