বুকুত শোক, মুখত সংলাপ । পত্নী বিয়োগৰ মাত্ৰ ৪ দিনৰ পিছতেই ইতিহাস থিয়েটাৰৰ আখৰাগৃহত অভিনেতা তপন দাস Tapan Das

শ্বুটিঙৰ সময়ত ট্ৰেইনেৰে যাত্ৰা কৰাৰ সময়তে তপন দাসে প্ৰেম নিবেদন কৰিছিল পূৰবী শৰ্মাক।Assames Actress Purvi Sharma
অসমীয়া চলচ্চিত্ৰ জগতলৈ শোকৰ ছাঁ : অভিনেত্ৰী পূৰৱী শৰ্মাৰ দেহাৱসান । Assamese actress Purabi Sarma passed away
দিছপুৰত মুখ্যমন্ত্ৰীৰে সৌহাৰ্দপূৰ্ণ আলোচনা অসম বাৰ্তাজীৱী সংঘৰ: সাংবাদিকৰ সমস্যা সমাধানৰ আশ্বাস । CM ASSAM
Poem । ৰাভা তুমি বিষ্ণু ৰাভা তুমি বিষ্ণুতুমি যে আমাৰ,প্ৰভু ইশ্বৰ।হে কলাগুৰুক্ৰান্তিৰ ৰূপকাৰ,সুন্দৰৰ পূজাৰী,তুমি অধিকাৰী,কৃষ্টি আৰু সংস্কৃতিৰ,সুন্দৰৰ পূজাৰী। গীতে আজি ৰুনুক-জুনুকহে মহান কলাগুৰু,অসমীয়া সংস্কৃতিৰতুমি আকাশৰ,উজ্জ্বল জোনাক।হাতত তোমাৰ তুলিকা,কণ্ঠত গণৰ সুৰ,শোষিত-বঞ্চিতৰ হৈকৰিলা বিপ্লৱৰ শংখনাদৰ । হে কলাগুৰু,তুমি বিষ্ণু ৰাভাতুমি যে আমাৰ অনন্য,চিৰনমস্কাৰ হে মহাজীৱন।তোমাৰ সৃষ্টিৰ পোহৰেৰেজিলিকি ৰ’ব আই অসমীৰ মুখ। খগেশ্বৰ দাসপণ্ডিতঘাট,কাৰ্বি আংলংপিনঃ ৭৮২৪৮১ফোন নং ঃ…