বিজেপি সমৰ্থিত নেতাৰ নাম নাৰী কেলেংকাৰীত! । BJP

বিজেপি সমৰ্থিত নেতাৰ নাম নাৰী কেলেংকাৰীত! । BJP

BJP । কেকানকুছি গাঁও পঞ্চায়তৰ বিজেপি সমৰ্থিত সদস্য শুক্ৰেশ্বৰ দাসৰ বিশেষ ফটো আৰু ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

ৰাতি এজনী মহিলাৰ সৈতে কাটোৱা গোপন ফটোবোৰ ভাইৰেল হৈ পৰাত জনমতত ব্যাপক প্ৰভাব পৰা দেখা গৈছে । জনপ্ৰতিনিধি পদত থকা এজন ব্যক্তিৰ পৰা এনে আচৰণে ৰাজনৈতিক মহলৰ লগতে সাধাৰণ মানুহৰ মাজতো তীব্ৰ সমালোচনাৰ সৃজন কৰিছে।

শুক্ৰেশ্বৰ দাস বিজেপিৰ বহু নেতা-নেত্ৰীৰ সৈতে ঘনিষ্ঠ।

ইয়াৰ লগে লগে জনসাধাৰণৰ মাজত প্ৰশ্ন উঠিছে— “জনপ্ৰতিনিধি যদি নিজেই সমাজত এইধৰণৰ কাণ্ডত জড়িত হয়, তেন্তে সমাজৰ নৈতিক মূল্যবোধ কেনেদৰে ৰক্ষা কৰিব?” । এই বিষয়ত সঠিক তদন্ত হ’লে সকলো সত্য পোহৰলৈ আহিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top