সামাজিক মাধ্যমত ভাইৰেল এক কল ৰেকৰ্ড !
এক লাখ টকা দাবী নিউজ নকৰাৰ বাবদ !

২০✖️৫ বিছৰা সাংবাদিক তিনিজনৰ নাম উল্লেখ আছে, আন দুজন কোন এতিয়াও ৰহস্যৰ আৱৰ্তত !
নাম আহিছে বাঘা বাঘা সাংবাদিকৰ !

প্ৰথমে ভয় দেখুৱাই বাতৰি নকৰাৰ বাবে দাবী কৰা হ’ল ধন ৷
গুৱাহাটী হেদ অফিছৰ নামত ধন দাবী !

কি ব্যৱস্থা ল’ব বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবে , সেইয়া লক্ষণীয় হব !
