পৰস্ত্ৰীৰ সৈতে হোটেলত, অৱশেষত জেলত লম্পট স্বামী পত্নী-সন্তানক এৰি পৰকীয়া প্ৰেমত মত্ত হোৱা এজন লম্পট স্বামী অৱশেষত আৰক্ষীৰ জালত।

ঘটনা নগাঁও জিলাৰ যমুনামুখৰ।অভিযুক্ত স্বামীজন যমুনামুখৰ ৰাজীৱ বৰা বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি ফৌজদাৰীপট্টিৰ এগৰাকী যুৱতীৰ সৈতে পৰকীয়া সম্পৰ্কত আছিল ৰাজীৱ। পত্নী আৰু সন্তানক এৰি যুৱতীগৰাকীৰ সৈতে গুৱাহাটীত আত্মগোপন কৰি আছিল তেওঁ।পিছে শেষ ৰক্ষা নহ’ল।

স্বামীৰ গতিবিধিৰ সম্ভেদ পাই পত্নীয়ে খেদি আহে গুৱাহাটীলৈ।
দিছপুৰৰ ব্লু-মুন গেষ্ট হাউচত যুৱতীসহ স্বামীক হাতেলোটে কৰায়ত্ত কৰে পত্নীয়ে।পিছত পত্নীৰ এজাহাৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে গুৱাহাটীৰ পৰা ৰাজীৱ বৰাক গ্ৰেপ্তাৰ কৰে। ধৃত ৰাজীৱক নগাঁও আদালতত হাজিৰ কৰোৱা হয়।আদালতে অভিযুক্ত ৰাজীৱ বৰাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top