ঘনকান্ত গগৈৰ পত্নী জোনমণি গগৈক লৈ ধেমাজি সদৰ আৰক্ষী থানাত আত্মসমৰ্পণৰ পিছতে নতুন মোৰ

ধেমাজি আৰক্ষীয়ে জিম্মাত নলয় ঘাতক ঘনকান্তৰ পত্নীক

ধেমাজি আৰক্ষীয়ে জিম্মাত নলয় ঘাতক ঘনকান্তৰ পত্নীক
ঘনকান্তৰ পত্নীৰ আত্মসমৰ্পণৰ পিছতে নতুন টুইষ্ট! গ্ৰেপ্তাৰ নহয়, ধেমাজি আৰক্ষীয়ে কৰিলে এই কাম!
ঘনকান্ত গগৈৰ পত্নী জোনমণি গগৈক লৈ ধেমাজি সদৰ আৰক্ষী থানাত আত্মসমৰ্পণৰ পিছতে নতুন মোৰ।
ঘনকান্ত গগৈৰ পত্নী জোনমণি গগৈক লৈ ধেমাজি সদৰ আৰক্ষী থানাত আত্মসমৰ্পণৰ পিছতে নতুন মোৰ। জোনমণিক নিবলৈ এতিয়ালৈকে উপস্থিত হোৱা নাই SITৰ কোনো দল। ইফালে, ধেমাজি আৰক্ষীয়ে তেওঁক যাবলৈ দিছে যদিও এতিয়াও আৰক্ষী থানাৰ পৰা ওলাই যোৱা নাই জোনমণি গগৈ।
প্ৰাপ্ত তথ্য অনুসৰি, বৰ্তমান জোনমণি গগৈক জিম্মাত নলয় ধেমাজি আৰক্ষীয়ে। তাৰ পৰিৱৰ্তে, গুৱাহাটীত SITৰ সন্মুখত হাজিৰ হ’বলৈ তেওঁক নিৰ্দেশ দিয়া হৈছে। লগতে কিছু তথ্য আৰু নথি-পত্ৰসহ SITৰ সন্মুখত উপস্থিত হ’বলৈ কোৱা হৈছে বুলি জানিব পৰা গৈছে।
ধেমাজি সদৰ আৰক্ষী থানাৰ পৰা জোনমণি গগৈক যাবলৈ দিয়া হ’ব। অৱশ্যে, তেওঁ কেতিয়া গুৱাহাটীত উপস্থিত হৈ SITৰ সন্মুখত হাজিৰ হ’ব, সেয়া এতিয়াও জানিব পৰা হোৱা নাই। বাতৰিটো লিখি দিয়ক

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top