NEMSU । উজনিত মুছলমানক কৰা হাৰাশাস্তিৰ বিৰুদ্ধে সৰৱ নেমছুৰ সভাপতি বদৰুল ইছলাম
উজনিত হাতত আইন উঠাই একাংশ ভাৰতীয় মুছলমানক অত্যাচাৰ কৰাৰ অভিযোগ।

কোন আইনত লিখা আছে একেখন দেশৰ বিভিন্ন স্থানত থাকিব নোৱাৰে, ব্যৱসায় কৰিব নোৱাৰে, শ্ৰম কৰিব নোৱাৰে।

উজনিত মুছলমানৰ ওপৰত কৰা আক্ৰমন, ভয়-ভাবুকি বন্ধ কৰাৰ বাবে চৰকাৰ আৰু আৰক্ষীয়ে আইনগত ব্যৱস্থা লওঁক।

যদি বিদেশী আছে খেদক বিদেশীৰ নামত স্বদেশীৰ ওপৰত আক্ৰমণ বন্ধ কৰক।
গণতন্ত্ৰ দেশত অৰাজকতা-অশান্তি ভাল নহয়।নিয়মৰ ভিতৰত সকলোৱে কাম কাজ কৰিব লাগে।
শাক-পাচলিৰ গাড়ী উভতাই দিয়াটো ন্যায় নে অন্ন্যায় সেইটো ৰাজ্যৰ গৃহ বিভাগে বুজিব।

উচ্ছেদৰ পিছত অখিল গগৈ ডাঙৰীয়া মুছলমান অঞ্চলত ঘূৰি একো লাভ নাই পাৰে শিৱসাগৰত সুৰক্ষা দিয়ক
