BOKO । বকোৰ তাৰাবাৰীত সমাজ লজ্জিত এটি ঘটনা । গুৰু শিস্যৰ সম্পৰ্কত কালিমা সানিলে নুৰ ইছলাম ছাৰে ।
ৰাজ্যত সংঘটিত পুণৰ মানৱ সমাজক লজ্জিত কৰা ঘটনা ।

কবিতা লিখাত ভূল হ’লে নুৰ ছাৰে বুকুত ট্যাছ কৰে বুলি গুৰুতৰ অভিযোগ একাংশ ছাত্ৰীৰ ।

লগতে অভিযোগ উল্লেখ্য যে, উক্ত ঘটনাক বিভিন্ন পন্থাৰে গাপ দিয়াৰ চেষ্টাৰ অভিযোগ উক্ত তাৰাবাৰী এম ভি স্কুলৰ প্ৰধান শিক্ষকৰ ওপৰত ।

এতিয়া কথা হ’ল- চৰকাৰৰ শূন্য সহনশীল নীতিয়ে ঢুকি পাৱনে এইজন লম্পট মাষ্টাৰ নুৰ ইছলামক ? উচিত শাস্তি পাবনে গুৰুৰ নামত কলংক নুৰ ইছলামে ?

নে কেৱল ট্ৰেন্সফাৰ কৰিয়ে দ্বায়িত্ব সামৰিব বিভাগীয় কৰ্তৃপক্ষই ? সেয়া হ’ব লক্ষণীয়
