n24 assamআহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী adminJune 12, 202501 mins ডিজিটেল ডেস্ক : অভিশপ্ত ১২ জুন ২০২৫ ! আজিৰ এই দিনটোতে কালিকা লাগিল আহমেদাবাদত। বৃহস্পতিবাৰে আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে উৰা মৰা এয়াৰ ইণ্ডিয়াৰ এ আই- ১৭১ নম্বৰৰ বিমানখন উৰণৰ মাত্ৰ ৫ মিনিট পাছতে অনাকাঙ্খিত দুৰ্ঘটনাত পতিত হয়। Post navigation Next: গ্ৰাহকে দিব লাগে মাচুলৰ ওপৰত মাচুল অথচ ধোনি, অভিষেকে SBI ৰ পৰা প্ৰতিমাহে লাভ কৰে কোটিৰ ঘৰত ধন… Leave a Reply Cancel replyYour email address will not be published. Required fields are marked *Comment * Name * Email * Website Save my name, email, and website in this browser for the next time I comment.
তেজপুৰত বোৱাৰীৰ ৰহস্যজনক মৃ*ত্যু: ১৭ দিন মৃত্যুৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে গীতাশ্ৰী মহন্তই April 23, 2026April 23, 2026
অসমত কাইলৈ এক পৰ্যায়তে বিধানসভা নিৰ্বাচন: সাজু ৰাজ্য, ৭২২ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ২.৪৯ কোটি ভোটাৰে । VOTE April 8, 2026April 8, 2026