শুৱালকুছিত গ্ৰামীণ জীৱিকা মিছনৰ ডিজিপি সক্ষীৰ ওপৰত ধন লুণ্ঠনৰ অভিযোগ । Sualkuchi

শুৱালকুছিত গ্ৰামীণ জীৱিকা মিছনৰ ডিজিপি সক্ষীৰ ওপৰত ধন লুণ্ঠনৰ অভিযোগ । Sualkuchi

Sualkuchi । শুৱালকুছিত গ্ৰামীণ জীৱিকা মিছনৰ ডিজিপি সক্ষীৰ ওপৰত ধন লুণ্ঠনৰ অভিযোগ

বস্ত্ৰনগৰী শুৱালকুছিত অসম গ্ৰামীণ জীৱিকা মিছন শুৱালকুছি শাখাৰ ডিজিপি সক্ষী সাগৰিকা দাসৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি, সাগৰিকা দাসে শুৱালকুছি অভাৰচীজ বেংকৰ সৈতে জড়িত থাকে কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ একাউণ্টৰ পৰা গোপনে ধন আত্মসাত কৰিছিল।

ভুক্তভোগী পৰিয়ালসমূহৰ কথামতে, তেওঁলোকে নিজা ঘামেৰে উপাৰ্জন কৰা পইছা গোপনে উলিয়াই লোৱা হৈছে। শুৱালকুছি অভাৰচীজ বেংকৰ কৰ্তৃপক্ষক ভুক্তভোগীসকলে অভিযোগ জনোৱাৰ পিছতে কেইবাটাও পৰিয়ালক ঘূৰাই দিয়া হৈছে ধনৰ অংশবিশেষ।

ইতিমধ্যে ঘটনাটোৰ সম্পৰ্কত ভুক্তভোগী পৰিয়ালই শুৱালকুছি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে বিষয়টোৰ গভীৰ তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top