বিটিচি নিৰ্বাচন ২০২৫ঃ ফকিৰাগ্ৰামত প্ৰতিদ্বন্দ্বিতা কৰিব শুকুৰ আলী । BTC Election । SUKUR ALI

বিটিচি নিৰ্বাচন ২০২৫ঃ ফকিৰাগ্ৰামত প্ৰতিদ্বন্দ্বিতা কৰিব শুকুৰ আলী । BTC Election । SUKUR ALI

বিটিচি নিৰ্বাচন ২০২৫ঃ ফকিৰাগ্ৰামত প্ৰতিদ্বন্দ্বিতা কৰিব শুকুৰ আলী


BTC Election । SUKUR ALI । আসন্ন বিটিচি নিৰ্বাচনত পুনৰ এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নামিল শুকুৰ আলী। ৭ নং ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ পৰা সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰিছে তেওঁ।

মনোনয়ন পত্ৰ দাখিলৰ সময়ত শুকুৰ আলী মুখত ৰুমাল বান্ধি কোকৰাঝাৰ জিলা আয়ুক্ত কাৰ্যালয়লৈ উপস্থিত হয়।

“হাৰি হাৰিও হাৰ মনা নাই” বুলি মন্তব্য কৰি তেওঁ এইবাৰো জনতাই নিজৰ সমৰ্থন জনাব বুলি আশা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ। ২৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ভোটগণনা।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top