ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ উদ্যোগত নিচামুক্ত ভাৰত অভিযান

ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ উদ্যোগত নিচামুক্ত ভাৰত অভিযান ।

দক্ষিণ কামৰূপৰ মিৰ্জাৰ ডি কে কলেজৰ সন্মুখত ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ উদ্যোগত নিচামুক্ত ভাৰত অভিযানৰ জড়িয়তে জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ সহযোগত এখনি নিচামুক্ত বাটৰ নাটৰ জড়িয়তে সজাগতাৰ সৃষ্টি কৰে । নিচামুক্ত বাটৰ নাটখনে চমক সৃষ্টি কৰিলে বৃহত্তৰ অঞ্চলটোত , । নিচামুক্ত ভাৰত অভিযানত উপস্থিত পলাশবাৰীৰ ভাৰপ্ৰাপ্ত বিষয়া ডিম্পল গঞাৰী ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top