
KAMRUP POLICE । কামৰূপ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অস্ত্ৰ সস্ত্ৰ
কামৰূপ আৰক্ষী আৰক্ষী আৰু গুৱাহাটী মহানগৰ আৰক্ষীৰ যৌথ অভিযানত বকোৰ পৰা জব্দ অবৈধ অস্ত্ৰ শস্ত্ৰখিনি
বকোৰ প্ৰণব মহন্ত নামৰ লোকজনৰ গুডামৰ পৰা জব্দ কৰা হৈছে অবৈধ অস্ত্ৰখিনি ।

উদ্ধাৰ হোৱা সামগ্ৰীৰ ভিতৰত আছে একে ৪৭ আৰু এছ এল আৰৰ প্ৰায় ২০০ ৰাউণ্ড সজীৱ গুলী
, এটা পিষ্টল, এটা ৰিভলভাৰ ,ম’বাইল ফোন ৬টা ।

ঘটনা সন্দৰ্ভত কামৰূপ আৰক্ষীয়ে কেটু ৰাভা , শিবাজিত বড়ো, অমৃত আলী আৰু প্ৰণব মহন্তক গ্ৰেপ্তাৰ।
আটকাধীন আটাইকেইগৰাকী ব্যক্তি কামৰূপ জিলাৰ বকোৰ বুলি জেষ্ঠ আৰক্ষী অধীক্ষক শীতল কুমাৰে এক সংবাদমেল যোগে সদৰি কৰে।
