ডাঙৰ আপডেট! ছামিউলৰ মৃত্যুৰ পিছতে আটক হ’ল অভিনেত্ৰী নন্দিনী কাশ্যপ । Nandini Kashyap 

ডাঙৰ আপডেট! ছামিউলৰ মৃত্যুৰ পিছতে আটক হ’ল অভিনেত্ৰী নন্দিনী কাশ্যপ । Nandini Kashyap 

Nandini Kashyap  । অভিনেত্ৰী নন্দিনী কাশ্যপক আটক আৰক্ষীৰ। মান্দাকাতাৰ পৰা আৰক্ষীয়ে আটক কৰিছে নন্দিনীক।

নন্দিনীৰ বিৰুদ্ধে কেইবাটাও নতুন ধাৰা সন্নিবিষ্ট।

ডাঙৰ আপডেট! ছামিউলৰ মৃত্যুৰ পিছতে আটক হ’ল অভিনেত্ৰী নন্দিনী কাশ্যপ
অৱশেষত আটক হ’ল অভিনেত্ৰী নন্দিনী কাশ্যপ

মান্দাকটাৰ পৰা গুৱাহাটীলৈ আহি থকা পথত আটক কৰে অভিনেত্ৰীগৰাকীক।

দিছপুৰ আৰক্ষীয়ে আটক কৰিছে জনপ্ৰিয় অভিনেত্ৰী নন্দিনী কাশ্যপক। শৰাইঘাট দলঙৰ সমীপৰ পৰা আটক কৰা হয় নন্দিনী কাশ্যপক।

ছামিউলৰ মৃত্যুৰ পিছতে নন্দিনী কাশ্যপক আটক কৰে দিছপুৰ আৰক্ষীয়ে। নন্দিনীৰ গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছিল ছামিউল।

ছামিউলৰ মৃত্যুৰ পিছতে নন্দিনী কাশ্যপক আটক কৰে দিছপুৰ আৰক্ষীয়ে। নন্দিনীৰ গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছিল ছামিউল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top