এইবাৰ এইখন অসমতে ছুপাৰী ছিণ্ডিকেটৰ ভয়ংকৰ জাল । কোটি কোটি চিণ্ডিকেটৰ টকা চৰকাৰ বিৰোধী কামত ব্যৱহাৰ কৰাৰ ভয়ংকৰ অভিযোগ । Crime News

এইবাৰ এইখন অসমতে ছুপাৰী ছিণ্ডিকেটৰ ভয়ংকৰ জাল । কোটি কোটি চিণ্ডিকেটৰ টকা চৰকাৰ বিৰোধী কামত ব্যৱহাৰ কৰাৰ ভয়ংকৰ অভিযোগ । Crime News

Crime News । ছুপাৰী ছিণ্ডিকেটক লৈ নতুনকৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। একাংশ অসাধু চক্ৰই ৰাজ্যজুৰি এক বৃহৎ ছিণ্ডিকেট জাল বিস্তাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই অভিযোগক কেন্দ্ৰ কৰি বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

অভিযোগ অনুসৰি, ৰাজ্যৰ বিভিন্ন প্ৰান্তত সক্ৰিয় একাংশ ব্যক্তিয়ে ছুপাৰী ব্যৱসায়ৰ আঁৰত অবৈধ ধন সংগ্ৰহৰ এক জাল গঢ়ি তুলিছিল।

এইবাৰ এইখন অসমতে ছুপাৰী ছিণ্ডিকেটৰ ভয়ংকৰ জাল ।

কোটি কোটি চিণ্ডিকেটৰ টকা চৰকাৰ বিৰোধী কামত ব্যৱহাৰ কৰাৰ ভয়ংকৰ অভিযোগ ।

কাৰ নেতৃত্বত বলিয়ান হৈ ছুপাৰী ছিণ্ডিকেট ৰাজ চলাই গৈছে একাংশ অসাধু চক্ৰই ।

কোন এই ,ছহিদুল(হাউলি ) কুৰবান (বিজনী) আনোৱাৰ (বিজনী) আৰু জাকিৰ (বৰাক) এইকেইজনক পৰিচালিত কৰা মেইন মাষ্টৰমাইণ্ড জনৈক মহন্ত আৰু জনৈক ডাগা ।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য,

ছুপাৰী ছিণ্ডিকেটৰ মোটা ধন সংগ্ৰহ কৰিছিল চাৰি সন্দেহজনক বাংলাদেশীয়ে ।

ছুপাৰী চিণ্ডিকেটৰ মেইন মাষ্টৰমাইণ্ডে গুৱাহাটীত বহিয়েই ৰচিছিল ভয়ংকৰ জাল ।

গুৱাহাটীত বহি বহিয়েই মোটা অংকৰ ধন সংগ্ৰহ কৰিছিল ।

কংগ্ৰেছৰ বাঘা বাঘা নেটাৰ বিৰুদ্ধে উথাপন হৈছে গুৰুতৰ অভিযোগ । ছুপাৰী চিণ্ডিকেটৰ কলা টকা বস্তাই বস্তাই সংগ্ৰহ কৰিছিল মাষ্টৰমাইণ্ডে ,

ছুপাৰী ছিণ্ডিকেট বৰাকৰ পৰাই নিয়ন্ত্ৰণ কৰা হৈছিল ।

ছুপাৰী ছিণ্ডিকেটৰ কলা ধন বংগমুলীয় একাংশ ব্যৱসায়ীৰ জড়িয়তে সংগ্ৰহ কৰিছিল কংগ্ৰেছে ।

কেৱল ছুপাৰী ছিণ্ডিকেটেই নহয় অসম অশান্ত কৰাৰ বাবেও ব্যৱহাৰ কৰা হৈছিল এই ধন ।

ইতিমধ্যেই অসম আৰক্ষীয়ে উঠি পৰি লাগিছে ছুপাৰী মাফিয়া ধৰাৰ বৃহৎ অভিযান।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top