বিধানসভাত উত্থাপন UCC বিধেয়কঃ লিভ-ইন ৰিলেচনশ্বিপত কি কি নিয়ম থাকিব ?

বিধানসভাত উত্থাপন UCC বিধেয়কঃ লিভ-ইন ৰিলেচনশ্বিপত কি কি নিয়ম থাকিব ?

বিধানসভাত উত্থাপন UCC বিধেয়কঃ লিভ-ইন ৰিলেচনশ্বিপত কি কি নিয়ম থাকিব?

  • অসম বিধানসভাত উত্থাপন কৰা হ’ল Uniform Civil Code (UCC) বিধেয়ক
  • মুখ্যমন্ত্ৰী ড০ Himanta Biswa Sarmaৰ হৈ বিধেয়ক উত্থাপন কৰে মন্ত্ৰী Atul Boraই
  • দ্বিতীয় কাৰ্যকালৰ প্ৰথম কেবিনেট বৈঠকতে UCCৰ খচৰাত অনুমোদন দিয়া হৈছিল
  • জনজাতীয় লোকসকলক UCCৰ আওতাৰ বাহিৰত ৰখা হ’ব
  • ধৰ্মীয় পৰম্পৰাকো UCCৰ পৰা বাদ দিয়া হ’ব
  • বিধেয়কত থাকিব বিয়াৰ ন্যূনতম বয়স, বহুবিবাহ আৰু ছোৱালীৰ সম্পত্তিৰ অধিকাৰৰ বিষয়

লিভ-ইন ৰিলেচনশ্বিপত থাকিবলগীয়া নিয়মসমূহঃ

  • বিবাহ অবিহনে একেলগে থকাৰ আইনী স্বীকৃতি লাভ কৰিব
  • দুই সংগীৰ মাজৰ এজনো বিবাহিত হ’ব নোৱাৰিব
  • লিভ-ইন ৰিলেচনশ্বিপৰ পঞ্জীয়ন বাধ্যতামূলক হ’ব
  • উপ-পঞ্জীয়কক লিভ-ইনৰ বিষয়ে অৱগত কৰিব লাগিব
  • উপ-পঞ্জীয়কে স্থানীয় থানাক বিষয়টো জনাব
  • উপ-পঞ্জীয়কক নজনোৱাকৈ এমাহ একেলগে থাকিলে দোষী সাব্যস্ত হ’ব
  • সন্তানৰ পিতৃ-মাতৃৰ পৰিচয় নিশ্চিত কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হ’ব
  • বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়নো বাধ্যতামূলক হ’ব
  • দুয়ো পক্ষৰ সন্মতিতহে লিভ-ইনৰ বিচ্ছেদ সম্ভৱ হ’ব
  • সন্মতি অবিহনে যুৱতীক এৰি দিলে ভৰণ-পোষণ দিব লাগিব
  • যুৱতীয়ে ভৰণ-পোষণ বিচাৰি ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব পাৰিব
  • ৰাজ্যৰ বাহিৰত লিভ-ইনত থাকিলেও একেই নিয়ম প্ৰযোজ্য হ’ব
  • লিভ-ইনত থকা দুয়ো সংগীৰ বয়স ২১ বছৰৰ ওপৰত হ’ব লাগিব
  • এজনৰ বয়স ২১ বছৰতকৈ কম হ’লে অভিভাৱকক জনোৱা বাধ্যতামূলক হ’ব

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top