পুনৰ বিতৰ্কত প্ৰাক্তন মুখ্যমন্ত্রী প্ৰফুল্ল মহন্তৰ পৰিয়াল । Prafulla Kumar Mahanta

পুনৰ বিতৰ্কত প্ৰাক্তন মুখ্যমন্ত্রী প্ৰফুল্ল মহন্তৰ পৰিয়াল । Prafulla Kumar Mahanta

Prafulla Kumar Mahanta । প্ৰাক্তন মুখ্যমন্ত্রী প্ৰফুল্ল মহন্তৰ পৰিয়াল পুনৰো বিতৰ্কত আহি পৰিছে। অভিযোগ অনুসৰি বনকৰা লোক ধীৰেণ কলিতাক মহন্তৰ আৱাসত আবদ্ধ কৰি ৰাখা হৈছিল।

সূত্ৰৰ মতে, হাস্পতালত ভর্তি হৈ থকা ধীৰেণ কলিতাৰ পুত্ৰৰ খবৰ ল’বলৈ যোৱা সময়ত মহন্ত পৰিয়ালে তেওঁক অনুমতি নিদিয়ে। ইয়াৰ ফলত ঘটনাটোৱে স্থানীয়ভাবে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

ঘটনাটোৰ সম্পূৰ্ণ তদন্ত দাবী উঠিছে আৰু পৰিয়ালটোৰ ওপৰত পুনৰো জনমতত প্ৰশ্ন উঠিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top