জুবিন গাৰ্গৰ অকাল মৃত্যুক লৈ নতুন চাঞ্চল্য – ভাইৰেল হ’ল হোৱাটছএপ স্ক্ৰীণশ্বট! Zubeen Garg

জুবিন গাৰ্গৰ অকাল মৃত্যুক লৈ নতুন চাঞ্চল্য – ভাইৰেল হ’ল হোৱাটছএপ স্ক্ৰীণশ্বট! Zubeen Garg

Zubeen Garg । জুবিন গাৰ্গৰ অকাল মৃত্যুক লৈ নতুন চাঞ্চল্য – ভাইৰেল হ’ল হোৱাটছএপ স্ক্ৰীণশ্বট!

শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুক লৈ নতুনকৈ চাঞ্চল্য সৃষ্টি হৈছে। ছ’চিয়েল মিডিয়াত কিছু হোৱাটছএপ কথোপকথনৰ স্ক্ৰীণশ্বট ভাইৰেল হোৱাৰ পাছত ইতিমধ্যে গুৰুত্বপূর্ণ সন্দেহৰ সৃষ্টি হৈছে।

ভাইৰেল স্ক্ৰীণশ্বটত স্পষ্টকৈ প্ৰকাশ পাইছে যে জুবিন গাৰ্গক লৈ কোনোবাই ষড়যন্ত্ৰ কৰিছিল। জীবিত অৱস্থাত জুবিনে নিজৰ অৰ্জিত ধনেৰে নিজৰ প্ৰয়োজন পূৰণ কৰিব নোৱাৰাৰ কথাও উল্লিখিত হৈছে এই কথোপকথনত।

স্ক্ৰীণশ্বটত প্ৰকাশ পোৱা মতে, ছিংগাপুৰত সংঘটিত ঘটনাৰ গভীৰ তদন্ত কৰিলে বহু অজ্ঞাত তথ্য পোহৰলৈ আহিব পাৰে। বিশেষকৈ, জুবিন গাৰ্গক হাস্পতাললৈ লৈ যোৱাৰ সময়ত ভাতৃ সন্দীপন গাৰ্গক লগত যাবলৈ নিদি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই একমাত্ৰ ভাৱে কিয় যাত্ৰা কৰিছিল, সেইয়া নিজেই এটা ৰহস্য।

ভাইৰেল স্ক্ৰীণশ্বটত দাঙি ধৰা মতে, সেই ম’বাইল ফোনটো এতিয়া সিদ্ধাৰ্থ শৰ্মাৰ হাততেই আছে। সন্দীপন গাৰ্গে ম’বাইল ফোনটো উভতাই ল’ব বিচাৰিছিল যদিও সিদ্ধাৰ্থে ইয়াক হস্তান্তৰ কৰিবলৈ অস্বীকাৰ কৰিছিল।

ফলত, এই ঘটনাই সচেতন মহলত গভীৰ ষড়যন্ত্ৰৰ লুকাই থকাৰ সন্দেহ ।

জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত বহু অজ্ঞাত তথ্য এতিয়াও ৰহস্যৰ আঁৰতেই আছে।

জুবিন গাৰ্গৰ ধনেৰে কোনে খুলিলে ৩০ কোটি টকীয়া হোটেল খুলিলে ! জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে ভাইৰেল স্ক্ৰীণশ্বটৰ আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব সবিশেষ ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top