কনমানী ছাত্ৰক নিযাৰ্তন চৰকাৰী বিদ্যালয়ৰ জাকিৰ উদ্দিন আহমেদ নামৰ সহকাৰীৰ শিক্ষকৰ । Hojai

কনমানী ছাত্ৰক নিযাৰ্তন চৰকাৰী বিদ্যালয়ৰ জাকিৰ উদ্দিন আহমেদ নামৰ সহকাৰীৰ শিক্ষকৰ । Hojai

Hojai । কনমানী ছাত্ৰক নিযাৰ্তন চৰকাৰী বিদ্যালয়ৰ জাকিৰ উদ্দিন আহমেদ নামৰ সহকাৰীৰ শিক্ষকৰ
হোজাই জিলাৰ লংকা শিক্ষা খণ্ডৰ অন্তৰ্গত আহমেদ নগৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক জাকিৰ উদ্দিন আহমেদ

এগৰাকী ছাত্ৰক মাৰপিট কৰাৰ অভিযোগ চৰকাৰী বিদ্যালয়ৰ এগৰাকী শিক্ষকৰ বিৰুদ্ধে।

এই ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ মোৰাঝাৰৰ চাৰিং পথাৰত।

অভিযোগ অনুসৰি, হোজাই জিলাৰ লংকা শিক্ষা খণ্ডৰ অন্তৰ্গত আহমেদ নগৰ প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী কনমানী ছাত্ৰক শাৰীৰিক নিযাৰ্তন বিদ্যালয়খনৰ জাকিৰ উদ্দিন আহমেদ নামৰ সহকাৰীৰ শিক্ষকৰ। সহকাৰী শিক্ষক জাকিৰ উদ্দিন আহমেদৰ চৰৰ খোদাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ছাত্ৰ গৰাকী।

জানিব পৰা মতে, ছাত্ৰ গৰাকীৰ পিতৃয়ে চৌধুৰী বজাৰ টহলদাৰী আৰক্ষী চকীত দাখিল কৰিছে এজেহাৰ।

আৰক্ষীয়ে নীলবাগান মডেল হস্পিটেলত ছাত্ৰ গৰাকীৰ স্বাস্থ্য পৰীক্ষালৈ প্ৰেৰণ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে।

আৰক্ষীৰ তদন্তত ঘটনাটোৱে কি ৰূপ লয় সেয়া সময়ত হ’ব লক্ষ্যণীয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top