দৰিদ্ৰতাক নেওচি নীট পৰীক্ষাত উজলিল এজন ছাগলী ব্যৱসায়ীৰ পুত্ৰ । NEET

দৰিদ্ৰতাক নেওচি নীট পৰীক্ষাত উজলিল এজন ছাগলী ব্যৱসায়ীৰ পুত্ৰ । NEET

NEET । দৰিদ্ৰতাক নেওচি নীট পৰীক্ষাত উজলিল এজন ছাগলী ব্যৱসায়ীৰ পুত্ৰ

পাঁচ বাৰৰ মূৰত অনলাইন কোচিং কৰি নীটত সফলতা লাভ কৰিলে ছামিদুলে

৫৫৩ নম্বৰ লাভ কৰি পিতৃ মাতৃৰ মুখত হাঁহি বিৰিঙালে ছামিদুল ইছলামে।

দৰিদ্ৰতাই যেন সফলতাৰ হেঙাৰ হব নোৱাৰে এই কথা পুনৰ প্ৰমাণিত হল।

বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত কাৰাইখাইতি পূর্বপাৰা গাঁওৰ ছাগলী ব্যৱসায়ী হাবেজ উদ্দিনৰ পুত্ৰ ছামিদুল ইছলামে সদ্য ঘোষিত নীট পৰীক্ষাত উজলিছে

দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছামিদুল ইছলামৰ এই সফলতাৰ খবৰ পাই অঞ্চলবাসী আনন্দিত হৈছে।

ছামিদুল ইছলামৰ পিতৃ এজন ছাগলী ব্যৱসায়ী। ছাগলী ব্যৱসায় কৰি পুত্ৰক পঢ়াইছিল পিতৃয়ে।
আৰু পুত্ৰৰ সফলতাত আজি পিতৃ মাতৃৰ মুখত বিৰিঙিছে হাঁহি।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top