নলবাৰীত শিক্ষকৰ হাতত পুনৰ *যৌ*ন* আতিশয্যৰ বলি হ’ল ১০ বছৰীয়া ছাত্ৰী ।‌Nalbari

Nalbari । নলবাৰীত শিক্ষকৰ হাতত পুনৰ *যৌ*ন আতিশয্যৰ বলি হ’ল ১০ বছৰীয়া ছাত্ৰী


📌টিউচন কৰাৰ চলেৰে আহি ছাত্ৰী গৰাকীক ২০২৫ চনৰ পৰা যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ
📌প্ৰধান শিক্ষক মুকুল ৰাজবংশীৰ বিৰুদ্ধে এই অভিযোগ
📌বিগত এবছৰে ধুৰন্ধৰ শিক্ষক গৰাকীয়ে চলাই আহিছিল অপকৰ্ম


📌শুকুৰবাৰে সন্ধিয়া ছাত্ৰী গৰাকীৰ ঘৰলৈ আহিছিল মুকুল ছাৰ টিউচন কৰিবলৈ


📌ছাত্ৰী গৰাকীক নিৰ্যাতন চলাই থকা অৱস্থাত শিক্ষকক ধৰা পেলায় ছাত্ৰী গৰাকীৰ আত্মীয়ই
📌পবীন্দ্ৰ নাথ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মুকুল ৰাজবংশীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি নলবাৰী থানাত এজাহাৰ অভিভাৱকৰ

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top