কলকাতাত গ্ৰেপ্তাৰ বাংলাদেশী অভিনেত্ৰী !, ভুৱা নথি-পত্ৰ ব্যৱহাৰৰ অভিযোগ ।Shanta Paul
Shanta Paul । কলকাতাত চাঞ্চল্যকৰ ঘটনা! ভুৱা নথি-পত্ৰৰে ভাৰতত দীৰ্ঘদিন ধৰি বাস কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল বাংলাদেশী অভিনেত্ৰী তথা মডেল শান্তা পাল।