‘শ্ৰী ৰঘুপতি’ৰ পাছত ৰবি শৰ্মাৰ নতুন ছবি ‘ৰুদ্ৰ’ ছবিগৃহত । RUDRA 2025

RUDRA 2025 । অসমৰ আইন-শৃংখলা আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ পটভূমিত নিৰ্মাণ হোৱা নতুন অসমীয়া চলচ্চিত্ৰ ‘ৰুদ্ৰ’ শীঘ্ৰেই ছবিগৃহত মুক্তি পাব। শ্যাম প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হোৱা এই ছবিখনৰ পৰিচালনা কৰিছে ৰূপক গগৈয়ে। মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই। ছবিখনত ৰবি শৰ্মাক দুটা ভিন্ন ৰূপত অভিনয় কৰিব দেখি দৰ্শকৰ বাবে নতুন অভিজ্ঞতা হ’ব বুলি আশা কৰা…

Read More
Back To Top