গুৱাহাটী, গণেশগুৰিঃ চাঞ্চল্যকৰ ঘটনা । GUWAHATI CITY
GUWAHATI CITY । গুৱাহাটীৰ গণেশগুৰিত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। পত্নীৰ ছুৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে স্বামী ধীৰাজ দাস। ঘটনা গণেশগুৰিৰ গণেশ মন্দিৰৰ সমীপতে সংঘটিত হয়। প্ৰত্যক্ষদৰ্শীৰ তথ্য অনুসৰি, পত্নীয়ে একাধিকবাৰ ছুৰীৰে স্বামীৰ ওপৰত আক্ৰমণ কৰে। আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ স্বামী ধীৰাজ দাসে পত্নীকো আঘাত কৰে। ফলত স্বামী-স্ত্ৰী দুয়ো জনেই গুৰুতৰভাৱে আহত হয়। আহত স্বামী-স্ত্ৰী…
