কংগ্ৰেছৰ সভাত লংকা কাণ্ড ! ASSAM Congress

Assam Congress| শ্ৰীভুমিৰ নিলামবজাৰত কংগ্ৰেছৰ সভাত লংকা কাণ্ড। নতুন কংগ্ৰেছী আৰু পুৰনি কংগ্ৰেছীৰ মাজত প্ৰবল মাৰপিত।”যুঁজ এখন হব‌ই” এতিয়া এয়াই যেন পৰিস্থিতি কংগ্ৰেছত । কংগ্ৰেছৰ সভা মানেই যেন, মাৰপিতৰ সম্ভাৱনা প্ৰবল । শ্ৰীভুমিত বঙহৰ যুজঁত অবতীৰ্ণ হল কংগ্ৰেছী । নতুন আৰু পুৰনি কংগ্ৰেছী লিপ্ত হল প্ৰবল মাৰপিতত। পঞ্চায়ত নিৰ্বাচনৰ সময়চোৱাত টকাৰ বিনিময়ত টিকট লৈ কেবাটাও…

Read More
Back To Top