গৌৰীপুৰত গো-মাংসৰ বিৰুদ্ধে হোটেলে হোটেলে আৰক্ষীৰ অভিযান। Assam Police

ধুবুৰী DSP) headquarters সীমান্ত বৈষ্ণ, গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিৰঞ্জীৱ লাহন,গৌৰীপুৰ চহৰ উপ-পৰিদৰ্শক ,আৰু আটানি আৰক্ষীয় নেতৃত্বত চলোৱা অভিযানত মুঠ ১০ খন দোকানৰ পৰা জব্দ বুজন পৰিমাণৰ গো- মাংস।

গৌৰীপুৰৰ তাৰঘাট,চৌৰাংগীমোৰ,পানবাৰী,পিয়াচবাৰী আৰু আলমগঞ্জকে ধৰি মুঠ ১০ খন হোটেলত আৰক্ষীৰ অভিযান।

ইতিমধ্যে মুঠ ১০ খন হোটেলৰ গৰাকী আৰু কৰ্মচাৰীক আটক আৰক্ষীৰ।
