“পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে পংকজ পাঠকক ফোন কৰা বাতৰি ভুৱা”-দুলু আহমেদ । Pankaj Pathak । Dulu Ahmed
Pankaj Pathak । Dulu Ahmed । “পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে পংকজ পাঠকক ফোন কৰা বাতৰি ভুৱা”-দুলু আহমেদ । পংকজ পাঠকে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে তেখেতক ফোন কৰাবুলি কৰা মন্তব্য ইতিমধ্যে অসমৰ সংবাদ মাধ্যমত প্রকাশ পাইছে।
