AIUDF ৰ টকাৰে ধুবুৰী সমষ্টিৰ পৰা কংগ্ৰেছৰ বিধায়িকা হৈছে বেবী বেগম।Baby Begum, MLA from Dhubri

AIUDF ৰ টকাৰে ধুবুৰী সমষ্টিৰ পৰা কংগ্ৰেছৰ বিধায়িকা হৈছে বেবী বেগম।Baby Begum, MLA from Dhubri

Baby Begum, MLA from Dhubri কংগ্ৰেছত থাকি কংগ্ৰেছৰ সৈতে গাদ্দাৰি কৰিছে ধুবুৰী সমষ্টিৰ বিধায়িকা বেবী বেগম: এই অভিযোগ এআইইউডিএফৰ

AIUDF ৰ টকাৰে ধুবুৰী সমষ্টিৰ পৰা কংগ্ৰেছৰ বিধায়িকা হৈছে বেবী বেগম।

হোৱাটছএপ যোগে আলোচনা কৰা আৰু ফোন পে যোগে ধন দিয়াৰ তথ্য প্ৰমাণ লৈ সংবাদমেল সম্বোধন কৰে AIUDF য়ে।

বেবী বেগমে কংগ্ৰেছত থাকি কংগ্ৰেছৰ লগত গাদ্দাৰী কৰিছে বুলিও মন্তব্য কৰে AIUDF য়ে।

ধুবুৰীত AIUDF সংবাদমেলত তথ্য প্ৰমাণসহ বিস্ফোৰক মন্তব্য বিলাসীপাৰা AIUDF ৰ কাৰ্যকাৰী সভানেত্ৰী সাবান আক্তাৰৰ।

ধুবুৰী বিধানসভা সমষ্টিৰ বিধায়িকা বেবী বেগমৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে।

বেবী বেগমে জিলা পৰিষদৰ চেয়াৰমেন গঠন সন্দৰ্ভত AIUDF সমৰ্থন দিবলৈ বিচাৰিছিল বৃহৎ পৰিমাণৰ ধন।

জিলা পৰিষদৰ চেয়াৰমেন নিৰ্বাচনত সেই সময়ৰ জিলা পৰিষদৰ সদস্য তথা বৰ্তমানৰ ধুবুৰী সমষ্টিৰ বিধায়িকা বেবী বেগমে বৃহৎ পৰিমাণৰ ধন লৈ AIUDF ক সমৰ্থন দিয়াৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে AIUDF’ৰ মহিলা মৰ্চাৰ সভানেত্ৰী সাবানা আক্তাৰে।

জিলা পৰিষদৰ চেয়াৰমেন গঠনক লৈ বেবী বেগমৰ মোৰ সৈতে বহুত বাৰ যোগাযোগ কৰিছিল বুলিও মন্তব্য প্ৰকাশ কৰে সাবাান আক্তাৰে।

বেবী বেগম আৰু তেওঁৰ স্বামী আয়নাল হকক মই লগত লৈ গৈ সেই সময়ৰ ধুবুৰী সমষ্টিৰ AIUDF বিধায়ক নজৰুল হকৰ পৰা বৃহৎ পৰিমাণৰ ধন লোৱাৰ পিছতে বেবী বেগমে জিলা পৰিষদৰ চেয়াৰমেন গঠনৰ সময়ত AIUDF ক সমৰ্থন দিছে বুলি মন্তব্য কৰে AIUDF সভানেত্ৰী সাবানা আক্তাৰে।

সংবাদ মাধ্যমৰ আগত বিধায়িকা বেবী বেগমৰ বিৰুদ্ধে তথ্য প্ৰমাণ সহ কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰে AIUDF সভানেত্ৰী সাবান আক্তাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top