আই আই টি গুৱাহাটীত AI IMPACT SUMMIT

আই আই টি গুৱাহাটীত AI IMPACT SUMMIT

AI IMPACT SUMMIT । Ministry of electrics and information technology বিভাগৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী । আই আই টি গুৱাহাটীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে AI IMPACT SUMMIT ।

Ministry of electrics and information technology বিভাগৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত অনুষ্ঠিত হোৱা AI IMPACT SUMMIT ৰ আনুষ্ঠানিকভাৱে বন্তি জ্বলাই শুভাৰম্ভণি কৰা হয়।

শুভাৰম্ভণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আই আই টি গুৱাহাটীৰ ড০ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত Conclave on human capital শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয়।

অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়ায় আই আই টি গুৱাহাটীৰ সঞ্চালক ড০ দেবেন্দ্ৰ জলিহালে।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে HUMAN CAPITAL WORKING GROUP ৰ অধ্যক্ষ প্ৰফেছাৰ টি জি চিঠাৰমনে।

আলোচনাচক্ৰত অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ বিশেষ মুখ্য সচিব ছায়েদিন আব্বাছিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top