Zubeen’s PSO । জুবিন গাৰ্গৰ ২ PSOক গ্ৰেপ্তাৰ

নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক গ্ৰেপ্তাৰ
জুবিনৰ ২ দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক গ্ৰেপ্তাৰ

অসম আৰক্ষীৰ জোৱান আছিল দুয়ো
৭ বছৰে জুবিনৰ লগত আছিল
বিত্তীয় খেলিমেলিৰ বাবেই গ্ৰেপ্তাৰ

গ্ৰেপ্তাৰৰ সংখ্যা ৭জনলৈ বৃদ্ধি
