CAAৰ বিৰোধীতাৰে বীৰ লাচিত সেনাৰ প্ৰতিবাদ । CAA

CAAৰ বিৰোধীতাৰে বীৰ লাচিত সেনাৰ প্ৰতিবাদ । CAA

গুৱাহাটী, ৮ ছেপ্টেম্বৰঃ
CAA । গুৱাহাটী মহানগৰীৰ গণেগুৰিৰ উৰণ সেতুৰ কাষত আজি বীৰ লাচিত সেনাৰ কামৰূপ জিলা সমিতিয়ে আয়োজন কৰে এক প্ৰতিবাদ সমাবেশ। “CAA আমি নামানো”, “বিজেপি চৰকাৰ কাম নাই” আদিৰ দৰে শ্লোগানেৰে মুখৰিত হৈ উঠে ।

প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ বিৰোধিতা কৰি ৰাজপথত শ্লোগান দি চৰকাৰৰ নীতিক তীব্ৰ সমালোচনা কৰে।

উল্লেখযোগ্য যে, এই প্ৰতিবাদ সমাবেশৰ বাবে কোনো ধৰণৰ প্রশাসনিক অনুমতি লোৱা হোৱা নাছিল।CAAৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ এই প্ৰতিবাদে পুনৰবাৰ মহানগৰীত চাঞ্চল্য সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰীক সমালোচনা কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top