নগ্ন ছবি তুলি ব্লেকমেল কৰি বোৱাৰীক ধৰ্ষণ। গ্ৰেপ্তাৰ যুবক ৷ CRIME NEWS

নগ্ন ছবি তুলি ব্লেকমেল কৰি বোৱাৰীক ধৰ্ষণ। গ্ৰেপ্তাৰ যুবক ৷ CRIME NEWS

নগ্ন ছবি তুলি ব্লেকমেল কৰি বোৱাৰীক ধৰ্ষণ। গ্ৰেপ্তাৰ যুবক ৷ বোৱাৰীৰ নগ্ন ছবি তুলি ব্লেকমেল কৰি ধৰ্ষণ ।

বোৱাৰীৰ অভিযোগৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অভিযুক্ত যুবকক। ঘটনা শিলচৰ কনকপুৰৰ। ধৃত যুবক জনৰ নাম ৰজত দাস ওৰফে মান্না। অভিযোগ মতে.. স্থানীয় এক বোৱাৰী নগ্ন ছবি তুলি যোৱা কেইদিনৰ পৰা বোৱাৰী গৰাকীক ধৰ্ষণ কৰি আহিছিল অভিযুক্ত যুবক জনে । নগ্ন ছবি ভাইৰেল কৰি দিয়াৰ ভয় দেখুৱাই বোৱাৰী গৰাকীক ধৰ্ষণ কৰি আহিছিল যুবক জনে। দীৰ্ঘদিন ধৰি এইদৰে যুবক জনৰ কামনাৰ বলি হৈ অবশেষত সাহস কৰি আৰক্ষীৰ কাষ চাপিল ভুক্তভোগী বোৱাৰী গৰাকী। আৰু যুবক জনৰ বিৰুদ্ধে আৰক্ষী চকীত ৰুজু কৰিলে এক গোচৰ। আৰু বোৱাৰী গৰাকীৰ এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে যোৱাকালি গ্ৰেপ্তাৰ কৰে অভিযুক্ত যুবক ৰজত দাসক। বৰ্তমান আৰক্ষীয়ে তেওক সোধপোছ চলাই গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top