চাওক কংগ্ৰেছৰ ৪২জনীয়াপ্ৰাৰ্থী তালিকাকাৰ কাৰ নাম আছে….Congress announces 42 candidates for Assam Assembly elections

চাওক কংগ্ৰেছৰ ৪২জনীয়াপ্ৰাৰ্থী তালিকাকাৰ কাৰ নাম আছে….Congress announces 42 candidates for Assam Assembly elections

Congress announces 42 candidates for Assam Assembly elections ,

কংগ্ৰেছে ঘোষণা কৰিলে ৪২জনীয়া প্ৰাৰ্থী তালিকা
প্ৰাৰ্থিত্বক লৈ বহু জল্পনা-কল্পনাৰ অন্তত কংগ্ৰেছে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা।

চাওক কংগ্ৰেছৰ ৪২জনীয়া প্ৰাৰ্থী তালিকা :
গৌৰীপুৰ : আব্দুছ ছোবাহান আলী সৰকাৰ
গোৱালপাৰা পশ্চিম (এছটি) : মাৰ্কলাইন মাৰাক
বঙাইগাঁও : গিৰিশ বৰুৱা
বৰপেটা (এছচি) : মহানন্দ সৰকাৰ
বকো-ছয়গাঁও (এছটি) : ৰমেন সিং ৰাভা
হাজো-শুৱালকুছি (এছচি) : নন্দিতা দাস
কমলপুৰ : সত্যব্ৰত কলিতা
দিছপুৰ : মীৰা বৰঠাকুৰ গোস্বামী
বৰক্ষেত্ৰী : দিগন্ত বৰ্মন
নলবাৰী : অশোক কুমাৰ শৰ্মা
টিহু : ৰাতুল পাটোৱাৰী
ছিপাঝাৰ : বিনন্দ কুমাৰ শইকীয়া
জাগীৰোড (এছচি) : বুবুল দাস
ৰূপহীহাট : নুৰুল হুদা
চামগুৰি : তাঞ্জিল হুছেইন
ৰহা (এছচি) : উৎপল বণিয়া
লামডিং : স্বপন কৰ
বৰচলা : ৰিপুণ বৰা
বিহপুৰীয়া : নাৰায়ণ ভূঞা
জোনাই (এছটি) : ৰাজ কুমাৰ মেদক
ডুমডুমা : দুৰ্গা ভূমিজ
মাৰ্ঘেৰিটা : প্ৰতীক বৰদলৈ
চাবুৱা-লাহোৱাল : প্ৰাঞ্জল ঘাটোৱাৰ
দুলীয়াজান : ধ্ৰুৱ গগৈ
নাহৰকটীয়া : প্ৰণতি ফুকন
সোণাৰি : উৎপল গগৈ
ডিমৌ : অজয় কুমাৰ গগৈ
নাজিৰা : দেৱব্ৰত শইকীয়া
মাজুলী (এছটি) : ইন্দ্ৰনীল পেগু
টীয়ক : পল্লবী শইকীয়া গগৈ
যোৰহাট : গৌৰৱ গগৈ
গোলাঘাট : বিতুপন শইকীয়া
বোকাজান (এছটি) : ৰতন ইংতি
ৰংখাং (এছটি)আগষ্টিন ইংহি
লক্ষীপুৰ : শান্তি কুমাৰ সিংহ
উদাৰবন্দ : অজিত সিং
বৰখলা : ড০ অমিত কুমাৰ কালৱাৰ
শিলচৰ : অভিজিৎ পাল
সোণাই : আমিনুল হক লস্কৰ
কৰিমগঞ্জ উত্তৰ : জাকাৰিয়া আহমেদ
পাথাৰকান্দি : কাৰ্তিক সেনা সিনহা
ৰাম কৃষ্ণ নগৰ (এছচি) : সুৰুচি ৰয়

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top